• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি, নাগৰিকত্ব বিধেয়কৰ উত্তেজনাৰ মাজতে ২৭ ছেপ্টেম্বৰত অসমলৈ আহিব আৰ এছ এছ প্ৰমুখ মোহন ভাগৱত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2019 8:06 pm
mohan Bhagawat RSS Chief

মোহন ভাগৱত

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ প্ৰমুখ মোহন ভাগৱতে তিনিদিনীয়া ভ্ৰমণ সূচীলৈ ২৭ ছেপ্টেম্বৰত শিলচৰলৈ আহিব।

আৰ এছ এছ প্ৰমুখ গৰাকীৰ প্ৰস্তাবিত শিলচৰ ভ্ৰমণ সূচী সম্পৰ্কে শিলচৰ আৰ এছ এছৰ কাৰ্য্যালয় প্ৰমুখ শুভৰংঘু শেখৰ ভট্টাচাৰ্য্যই নৰ্থ-ইষ্ট নাওক ভাগৱতে ২৭ ছেপ্টেম্বৰ আবেলি শিলচৰত উপস্থিত হৈ উত্তৰ-পূবৰ আৰ এছ এছ কৰ্মীসকলৰ সৈতে ৰামনগৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত ৰুদ্ধদ্বাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

Apply Now

আনহাতে, ৩০ ছেপ্টেম্বৰত তেওঁ ভ্ৰমণ সামৰি শিলচৰৰ পৰা উভতি যাব বুলি জনায় শেখৰ ভট্টাচাৰ্য্যয়।

সমগ্ৰ ৰাজ্যত নাগৰিকত্ব বিধেয়ক আৰু এন আৰ চিক লৈ এক উত্তেজনাই বিৰাজ কৰি থকা সময়তে বিত্ত মন্ত্ৰী তথা নেডাৰ মুখ্য আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ ২৩ ছেপ্টেম্বৰৰ বৰাক ভ্ৰমণৰ পাছত মোহন ভাগৱতৰ বৰাক উপত্যকা ভ্ৰমণে যথেষ্ট তাৎপৰ্য্য বহন কৰিছে.

২৩ ছেপ্টেম্বৰত হিমন্ত বিশ্ব শৰ্মাই বৰাক উপত্যকা ভ্ৰমণ কৰি নৱেম্বৰত পুনৰ নাগৰিকত্ব বিধেয়ক অনা হ’ব বুলি কোৱাৰ লগতে কোনো হিন্দু লোকে ডিটেনশ্যন কেম্পলৈ যোৱাৰ ভয়ত থাকিব নালাগে বুলি মন্তব্য কৰিছিল।

এই ক্ষেত্ৰত মঙলবাৰে নতুন দিল্লীত মোহন ভাগৱতে ইণ্ডিয়া মানে হিন্দু বুলি কৈ বিষয়টোৰ গুৰুত্ব বঢ়াইছিল।

মঙলবাৰে নতুন দিল্লীত বিদেশী সংবাদ মাধ্যমক সাক্ষাৎ কৰি ভাগৱতে এন আৰ চিৰ পৰা বাদ পৰা কোনো হিন্দু লোকক ভাৰতৰ পৰা বিতাৰিত কৰা নহয় আৰু তেওঁলোকৰ নাম অতি শীঘ্ৰে পুনৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব বুলি কয়।

‘‘মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে বাংলাদেশ আৰু পাকিস্তানৰ পৰা পলাই অহা ধৰ্মীয় সংখ্যালঘু সকলে ভাৰতত থাকিব পাৰিব বুলি কৈছে কিন্তু এই ক্ষেত্ৰত আমাৰ স্থিতি স্পষ্ট পৃথিৱীৰ যিকোনো স্থানত ধৰ্মীয় সংকতত ভোগা হিন্দু ভাৰতলৈ আহিব পাৰিব’’, আৰ এছ এছ প্ৰমুখ মোহন ভাগৱতে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd