• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টাৰ্গেট প্ৰধানমন্ত্ৰী পদ? পুনৰ বয়স সীমা ৭৫ৰ নিদান সংঘৰ; নতুনক সুযোগ দিয়াৰ পক্ষত সৰৱ ভাগৱত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2025 9:40 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোডীৰ বাবে সংঘৰ বাণ আৰু চোকা হৈ আহিছে নেকি? এই জল্পনা-কল্পনা বাঢ়িছে। আৰু ইয়াৰ আঁৰত আছে আৰ এছ এছৰে শীৰ্ষ মহল। সৰসংঘ চালক মোহন ভাগৱতে দ্ব্যৰ্থহীনভাৱে কৈছে যে ৭৫ বছৰ বয়সত অৱসৰ লোৱা উচিত। কাৰণ, তেওঁ নতুনসকলক সুযোগ দিবই লাগিব।

এই বাৰ্তা কিয় গুৰুত্বপূৰ্ণ? কাৰণ, ১৭ ছেপ্টেম্বৰত নৰেন্দ্ৰ মোদীয়ে ৭৫ বছৰ সম্পূৰ্ণ কৰিব। তেওঁ সৃষ্টি কৰা ‘নিয়ম’ – সেই বয়সৰ পিছত গুৰুত্বপূৰ্ণ পদৰ পৰা পদত্যাগ কৰিব লাগিব। গতিকে প্ৰধানমন্ত্ৰী পদৰ বাবেও একে নিয়ম কাৰ্যকৰী হোৱা উচিত?

Apply Now

এই চৰ্চা দলৰ ভিতৰতে বনজুইৰ দৰে বিয়পি পৰিছে। সেইদৰে আৰ এছ এছৰ ভিতৰতো। দলটোৰ এটা অংশই দাবী কৰিছে যে সংঘই এতিয়া চৰকাৰৰ শীৰ্ষ পদত মোডীক নিবিচাৰে। ভাগৱতৰ মন্তব্যই তাৰ প্ৰমাণ।

বুধবাৰে নাগপুৰত সংঘৰ প্ৰবীণ নেতা মৰোপন্ত পিংগলেৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল সংঘৰ মুৰব্বীগৰাকী। তাতেই ভাগৱতে সংঘৰ এই নেতাৰ এটা ঘটনা উত্থাপন কৰে। তেওঁ কয়, ‘যেতিয়া ৭৫ বছৰ বয়সত বৃন্দাবনত পিংগলেজীক সম্বৰ্ধনা জনোৱা হৈছিল, তেতিয়া তেওঁ সেই মঞ্চতে কৈছিল যে ৭৫ বছৰ বয়সত চাদৰ দিয়াৰ অৰ্থ মই জানো। এই বয়সতে যে এৰি দিব লাগিব সেই শিক্ষা তেওঁ দিছিল।’

ভাগৱতে প্ৰধানমন্ত্ৰীৰ চকীখনকে যে এনেদৰে লক্ষ্য কৰি লৈছে তাত কোনো সন্দেহ নাই। শিৱসেনাৰ উদ্ধৱ শিৱিৰৰ নেতা সঞ্জয় ৰাউতেও স্পষ্টকৈ কৈছে- ‘এনেকৈ আচলতে সৰসংঘ প্ৰধানে নৰেন্দ্ৰ মোডীকে লক্ষ্য কৰি লৈছে। প্ৰসংগক্ৰমে ভাগৱত আৰু মোডী দুয়োজনেই ছেপ্টেম্বৰ মাহত ৭৫ বছৰ সম্পূৰ্ণ কৰিব। ইতিমধ্যে ভাগৱতে পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। এতিয়া চোৱা যাওক নৰেন্দ্ৰ মোদীয়ে চকীৰ পৰা নামে নে নাই।’

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছৰে পৰা মোডীৰ স্থিতি সন্দৰ্ভত জল্পনা-কল্পনা চলি আহিছে। বিৰোধীয়েও ইয়াত অহৰহ ইন্ধন যোগাই আহিছে। সেই হেঁচাত পৰি চৰকাৰৰ ছেকেণ্ড ইন কমাণ্ড অমিত শ্বাহে ফিল্ডত নামিবলগীয়া হয়।

তেওঁ দাবী কৰিছিল যে ২০২৯ চনলৈ মোডীজীয়েই আমাৰ প্ৰধানমন্ত্ৰী হৈ থাকিব। তাৰপিছতো। যদিও, এই দাবীত সংঘৰ সন্মতি আছেনে? সেইটোৱেই এতিয়া লাখটকীয়া প্ৰশ্ন। আন এটা গুৰুতৰ প্ৰশ্ন— ছেপ্টেম্বৰ মাহত ভাৰতে নতুন প্ৰধানমন্ত্ৰী লাভ কৰিবলৈ ওলাইছে নেকি?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd