• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনত টিকট নিদিলে বিজেপিয়ে; অভিমানতে চৰম সিদ্ধান্ত RSS কৰ্মীৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2025 10:47 am
62
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিয়ে টিকট দিব বুলি আশা কৰিছিল। কিন্তু নিদিলে। ইয়াৰ পিছতে উদ্ধাৰ হয় আৰ এছ এছ কৰ্মীজনৰ ওলমি থকা মৃতদেহ। চিকিৎসালয়লৈ নিয়াৰ পিছতো তেওঁক বচাব পৰা নগ’ল। কেৰালাৰ তিৰুৱনন্তপুৰমৰ নিবাসী আনন্দ কে থাম্পিৰ তাতেই মৃত্যু হয়।

বন্ধুসকলে দাবী কৰে যে তেওঁ আত্মহত্যা কৰিছে। তেওঁ নিজেই হেনো হোৱাটছএপত এই বিষয়ে অৱগত কৰিছিল। স্বাভাৱিকতে এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যদিও গেৰুৱা শিবিৰে অভিযোগ অস্বীকাৰ কৰি কৈছে যে আনন্দই তেওঁলোকৰ পৰা টিকট বিচৰাই নাছিল।

Apply Now

আৰক্ষীৰ সূত্ৰই দাবী কৰিছে যে আনন্দই আশা কৰিছিল তিৰুৱনন্তপুৰম পৌৰসভা নিৰ্বাচনত ত্ৰিকানপুৰমৰ পৰা বিজেপিৰ টিকট পাব। কিন্তু প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পিছত তেওঁ জানিব পাৰে যে তেওঁৰ আশা পূৰণ নহ’ল। ইয়াৰ পিছত আনন্দে বিজেপি আৰু আৰএছএছৰ নেতাৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰি বন্ধুসকললৈ হোৱাটছএপ মেছেজ প্ৰেৰণ কৰে। তেওঁ ঘোষণা কৰে যে তেওঁ আৰু এই জীৱনত জীয়াই থাকিব নিবিচাৰে।

মেছেজটো দেখাৰ পাছত বন্ধুবোৰ লৰালৰিকৈ আনন্দৰ ঘৰলৈ যায় যদিও শেষ ৰক্ষাৰ উপায় নাছিল। উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে ঘৰৰ সন্মুখৰ এঠাইত আনন্দৰ দেহ ওলমি থকা দেখা পায়। ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা আৰ এছ এছৰ কৰ্মীজনে পিছত তাতেই শেষ নিশ্বাস ত্যাগ কৰে।

আনন্দৰ বাৰ্তাসমূহ পৰীক্ষা কৰাৰ পিছত আৰক্ষীয়ে দাবী কৰে যে তেওঁ দলৰ টিকট নোপোৱাৰ পিছত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু তাৰ পিছত বন্ধুসকলে তেওঁৰ পৰা আঁতৰি থকা দেখি আনন্দই চাগে শেষত আত্মহত্যাৰ পথত আগবাঢ়িল।

ইপিনে, আনন্দৰ বাৰ্তাৰ পৰা আন এক দিশৰ উন্মেষ ঘটিছে। বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি তেওঁ কয় যে তেওঁক টিকট নিদিয়াৰ আঁৰত স্থানীয় একাংশ নেতা আছে। বালি মাফিয়াৰ সৈতে তেওঁলোকৰ যোগাযোগ আছিল। সেইবাবেই তেওঁক ব্যক্তিগত স্বাৰ্থৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিদিয়াৰ ‘ষড়যন্ত্ৰ’ কৰিছিল।

অভিযোগ অস্বীকাৰ কৰিলেও বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজীৱ চন্দ্ৰশেখৰে এই ঘটনা শুনি স্তম্ভিত হোৱা বুলি কয়। তেওঁৰ ভাষাত, “মই জিলা সভাপতিৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ কৈছে যে ৱাৰ্ডৰ পৰা পোৱা প্ৰাৰ্থীৰ তালিকাতে তেওঁৰ নাম নাছিল। অৱশ্যে আমি বিষয়টো তদন্ত কৰি চাম।”

আনহাতে, শিৱসেনাৰ নেতাসকলে আনন্দক বিজেপিয়ে টিকট নিদিয়াৰ পিছত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁলোকৰ সহায় বিচৰা বুলি জানিবলৈ দিয়ে। শুকুৰবাৰে এখন হোটেলত তেওঁলোকে এখন বৈঠকতো মিলিত হৈছিল। বৈঠকৰ অন্তত আনন্দই শিৱসেনাত যোগদান কৰাৰ সিদ্ধান্ত লয়।

শনিবাৰে পুৱা তেওঁ সেইটোতে ব্যস্ত হৈ আছিল। কিন্তু তাৰ পিছত আৰ এছ এছৰ কৰ্মীজনে অভিমানতে আত্মহত্যা কৰে। সমগ্ৰ বিষয়টোৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd