• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰাগাৰত থকাৰ সময়তে আৰ.টি.আই কৰ্মী দুলাল বৰাৰ একাউন্টৰ পৰা ফেইচবুকত ফটো আপলোড

হাতত হেণ্ডকাফ লগাই থকা সময়ৰ ফটোৰে প্ৰফাইল পিক দুলাল বৰাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 21, 2020 6:37 pm
Dulal Borah Main

দুলাল বৰা

1.7k
VIEWS
Share on FacebookShare on Twitter

কাৰাগাৰত থকাৰ সময়তে বিতৰ্কিত আৰ.টি.আই কৰ্মী দুলাল বৰাৰ ফেইচবুক একাউন্টৰ পৰা এখন ফটো আপলোড হয়।

ফটোখনত আৰ.টি.আই কৰ্মী দুলাল বৰাৰ হাতত হেণ্ডকাফ লগাই থোৱা অৱস্থাত দেখিবলৈ পোৱা গৈছে।

আজি আবেলি প্ৰায় ৪.৩০ মান বজাত বৰাৰ একাউন্টৰ আপলোড কৰা হৈছে ফটোখন।

কাৰাগাৰত থকাৰ সময়তে তেওঁৰ একাউন্টৰ পৰা কোনে আৰু কেনেকৈ ফটোখন আপলোড কৰিলে সেই কথা জানিব পৰা হোৱা নাই।

অৱশ্যে এই বিষয়ে মহানগৰ আৰক্ষী অৱগত নহয়। আমাৰ সাংবাদিকে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাক এই সম্পৰ্কে সোধাত তেওঁ বিষয়টো দৃষ্টিগোচৰ হোৱা নাই বুলি সদৰী কৰে।

প্ৰশ্ন হ’ল, কাৰাগাৰত থকাৰ সময়ত কেনেকৈ ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিব পাৰিলে বৰাই? নাইবা কোনো দুস্কৃতিকাৰীয়ে বৰাৰ ফেইচবুক একাউন্ট হেক কৰি এই ফটো আপলোড কৰিছে নেকি?

উল্লেখযোগ্য যে, কামৰূপৰ যান-বাহন পৰিদৰ্শক নাইমুদ্দিন আহমেদে যোৱা ৪ ডিচেম্বৰৰ দিনা বৰাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ তুলি হাতীগাওঁ থানাত গোচৰ তৰিছিল। তাৰ পাছতে যোৱা ৭ ডিচেম্বৰৰ দিনা হাতীগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুলাল বৰাক।

ইফালে কাৰ্বিআংলং জিলাৰ ডিফু থানাত জলসিঞ্চন বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা জয়বিনন লাংমাইয়ে বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

ইতিমধ্যে আৰক্ষীয়ে ব্লেক মেইলিঙৰ অভিযোগত ৰঙাঘৰৰ ভাত খাই থকা RTI কৰ্মী দুলাল বৰাৰ বাসগৃহৰ পৰা চি আই ডিয়ে ১১ জানুৱাৰিত প্ৰায় ৩৫ লাখ টকা মূল্যৰ এখন গাড়ী জব্দ কৰিছিল।

বৰাই বিশেষকৈ বন বিভাগৰ বহু বিষয়াক দীৰ্ঘ দিনৰ পৰা ব্লেকমেইলিং কৰি নিয়মীয়াকৈ ধন লাভ কৰি অহাৰ কথা তদন্তত পোহৰলৈ আহিছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd