• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰাগাৰত থকাৰ সময়তে আৰ.টি.আই কৰ্মী দুলাল বৰাৰ একাউন্টৰ পৰা ফেইচবুকত ফটো আপলোড

হাতত হেণ্ডকাফ লগাই থকা সময়ৰ ফটোৰে প্ৰফাইল পিক দুলাল বৰাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 21, 2020 6:37 pm
Dulal Borah Main

দুলাল বৰা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰাগাৰত থকাৰ সময়তে বিতৰ্কিত আৰ.টি.আই কৰ্মী দুলাল বৰাৰ ফেইচবুক একাউন্টৰ পৰা এখন ফটো আপলোড হয়।

ফটোখনত আৰ.টি.আই কৰ্মী দুলাল বৰাৰ হাতত হেণ্ডকাফ লগাই থোৱা অৱস্থাত দেখিবলৈ পোৱা গৈছে।

Apply Now

আজি আবেলি প্ৰায় ৪.৩০ মান বজাত বৰাৰ একাউন্টৰ আপলোড কৰা হৈছে ফটোখন।

কাৰাগাৰত থকাৰ সময়তে তেওঁৰ একাউন্টৰ পৰা কোনে আৰু কেনেকৈ ফটোখন আপলোড কৰিলে সেই কথা জানিব পৰা হোৱা নাই।

অৱশ্যে এই বিষয়ে মহানগৰ আৰক্ষী অৱগত নহয়। আমাৰ সাংবাদিকে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাক এই সম্পৰ্কে সোধাত তেওঁ বিষয়টো দৃষ্টিগোচৰ হোৱা নাই বুলি সদৰী কৰে।

প্ৰশ্ন হ’ল, কাৰাগাৰত থকাৰ সময়ত কেনেকৈ ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিব পাৰিলে বৰাই? নাইবা কোনো দুস্কৃতিকাৰীয়ে বৰাৰ ফেইচবুক একাউন্ট হেক কৰি এই ফটো আপলোড কৰিছে নেকি?

উল্লেখযোগ্য যে, কামৰূপৰ যান-বাহন পৰিদৰ্শক নাইমুদ্দিন আহমেদে যোৱা ৪ ডিচেম্বৰৰ দিনা বৰাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ তুলি হাতীগাওঁ থানাত গোচৰ তৰিছিল। তাৰ পাছতে যোৱা ৭ ডিচেম্বৰৰ দিনা হাতীগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুলাল বৰাক।

ইফালে কাৰ্বিআংলং জিলাৰ ডিফু থানাত জলসিঞ্চন বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা জয়বিনন লাংমাইয়ে বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

ইতিমধ্যে আৰক্ষীয়ে ব্লেক মেইলিঙৰ অভিযোগত ৰঙাঘৰৰ ভাত খাই থকা RTI কৰ্মী দুলাল বৰাৰ বাসগৃহৰ পৰা চি আই ডিয়ে ১১ জানুৱাৰিত প্ৰায় ৩৫ লাখ টকা মূল্যৰ এখন গাড়ী জব্দ কৰিছিল।

বৰাই বিশেষকৈ বন বিভাগৰ বহু বিষয়াক দীৰ্ঘ দিনৰ পৰা ব্লেকমেইলিং কৰি নিয়মীয়াকৈ ধন লাভ কৰি অহাৰ কথা তদন্তত পোহৰলৈ আহিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd