• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অদ্ভুত ঘটনা! আৰ বি আইৰ পৰা অন্তর্ধান ৮৮০৩২ কোটি টকাৰ ৫০০ টকীয়া নোট

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 18, 2023 9:16 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চকু কপালত তোলা কাণ্ড!  ৮৮০০০ কোটিৰো অধিক মূল্যৰ ৫০০ টকীয়া নোট অন্তৰ্ধান! এই নোটবোৰ ৰিজাৰ্ভ বেংকৰ কোষাগাৰত থকাৰ কথা আছিল। কিন্তু নাই। আৰ টি আইৰ এক প্ৰশ্নৰ উত্তৰত এনে তথ্য পোহৰলৈ আহিছে।

শনিবাৰে (১৭ জুন) ফ্ৰী প্ৰেছ জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদনত এইটোৱে দাবী কৰা হৈছে। আনহাতে, বেংগালুৰু, নাচিক আৰু দেওৱাছৰ তিনিটা মিন্টত ৮.৮১০.৬৫ কোটি টকাৰ নোট ছপা হৈছিল। ৰিজাৰ্ভ বেংকৰ কোষাগাৰত জমা হোৱাৰ কথা আছিল। কিন্তু নোটবোৰ এতিয়াও অন্তৰ্ধান হৈ আছে।

লগতে পঢ়ক: ৫০ হাজাৰ টকা উৎকোচ লওঁতে হাতেলোটে ধৰা পৰি গ্ৰেপ্তাৰ হ’ল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য

Apply Now

এই সন্দৰ্ভত সমাজ কৰ্মী মনোৰঞ্জন ৰায়ে এখন আৰ টি আই দাখিল কৰিছিল। তথ্যৰ অধিকাৰ আইনৰ ভিত্তিত ঘটনাৰ সত্যতা জানিব বিচাৰিছিল। ইয়াত কোৱা হৈছে যে বাংগালুৰু, নাছিক আৰু দেওৱাছত অৱস্থিত তিনিটা চৰকাৰী মিন্টত ৫০০ টকীয়া নোট ছপা কৰা হৈছে ৮.৮১০.৬৫ কোটি টকা। কিন্তু আৰ বি আইয়ে লাভ কৰিছে মাত্ৰ ৭২৬০ কোটি টকাৰ নোট, মুঠ ১৫৫০.৬৫ কোটি টকাৰ কম নোট আৰ বি আইৰ তহবিলত পৰিছে। সেয়ে নোটখিনি নিৰুদ্দেশ বুলিয়ে ধৰা হৈছে।

যোৱা মাহত আৰ টি আইৰ এক প্ৰশ্নৰ উত্তৰত ২০১৫ চনৰ এপ্ৰিলৰ পৰা ২০১৬ চনৰ মাৰ্চলৈকে নাচিক মিণ্টে প্ৰস্তুত কৰা ২১০ কোটি টকাৰ ৫০০ টকীয়া নোট নিৰুদ্দেশ হোৱাটোও মানি লোৱা হৈছে। গতিকে যদি কোনোবাই পূৰ্বৰ আৰু বৰ্তমানৰ হেৰুওৱা নোটবোৰ একেলগে যোগ কৰে তেন্তে সংখ্যাটো হ’ব ১৭৬০.৬৫ কোটি। কেইবা কোটি টকা ছপা কৰাৰ তথ্য আছে। কিন্তু টকাৰ লেখ-জোখ নাই। নোটবোৰ অন্তৰ্ধান বুলি ক’ব পাৰি।

আৰ টি আইৰ এক প্ৰশ্নৰ উত্তৰত আৰ বি আইয়ে কয় যে নাচিক মিণ্টে নতুনকৈ ডিজাইন কৰা ৫০০ টকীয়া নোট ৩৭৫.৪৫০ কোটি টকাৰ ছপা কৰিছে। কিন্তু আৰ বি আই এৰ ৰেকৰ্ডত দেখা গৈছে যে ২০১৫-১৬ বৰ্ষৰ ভিতৰত তেওঁলোকে মাত্ৰ ৩৪কোটি ৫০ লাখ টকাহে লাভ কৰিছে।

লগতে পঢ়ক: কিছুমান সমস্যাৰ কথা কাকো কোৱা উচিত নহয়; নিষেধ কৰিছে আচাৰ্য চাণক্যই

যোৱা মাহত আৰ টি আইৰ এক প্ৰশ্নত প্ৰকাশ কৰিছে যে একেখন ছপাশালে ২০১৬-২১৫ বিত্তীয় বৰ্ষৰ বাবে আৰ বি আইক ২১০ কোটি টকাৰ ৫০০ টকীয়া নোট যোগান ধৰিছে। সেই সময়ত ৰঘুৰাম ৰাজন আৰ বি আইৰ গৱৰ্ণৰ আছিল। কিন্তু আৰ বি আইয়ে তাৰ কোনো টকা নাপালে।

বেংগালুৰু মিণ্টে জনোৱা মতে, অহা বিত্তীয় বৰ্ষত অৰ্থাৎ ২০১৬-২০১৭ চনত ১,৯৫৩,০০০ কোটি টকাৰ ৫০০ টকীয়া নোট যোগান ধৰিছে। ফ্ৰী প্ৰেছ জাৰ্নেলৰ প্ৰতিবেদন অনুসৰি, তিনিওটা মিন্টৰ পৰা প্ৰেৰণ কৰা নোটৰ মূল্য ৮৮১০ কোটি টকা। কিন্তু আৰ বি আইয়ে লাভ কৰিছে মাত্ৰ ৬,২৬৯ কোটি টকাৰ নতুনকৈ ডিজাইন কৰা ৫০০ টকীয়া নোট। অৱশ্যে এই বিষয়ত আৰ বি আইৰ বিষয়াসকলে এতিয়াও মুখ মেলিবলৈ অনিচ্ছুক।

লগতে পঢ়ক: আপুনি যদি সোনকালে মৰিব নিবিচাৰে, তেনেহ’লে ত্যাগ কৰক এই সাতটা অভ্যাস

ভাৰত চৰকাৰে মিন্টত নোট ছপায়। তাৰপিছত আৰ বি আইলৈ প্ৰেৰণ কৰা হয়। আৰ বি আইয়ে দেশৰ নগদ ধনৰ প্ৰচলন বজাই ৰাখে। অৰ্থাৎ নোট সৰবৰাহ কৰে। তিনিওটা মিন্টে নিয়ম অনুসৰি আৰ বি আইলৈ নোট প্ৰেৰণ কৰিছিল। কিন্তু তেতিয়াৰ পৰা তাৰ কোনো লেখ-জোখ নাই।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

July 3, 2026 1:08 pm
ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd