• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত কাটি পেলোৱা হৈছে ৬৫ হাজাৰ গছ; তথ্য আৰ টি আইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2026 2:15 pm
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তথ্য জনাৰ অধিকাৰ আইন (আৰ টি আই)ৰ প্ৰশ্নৰ জৰিয়তে লাভ কৰা চৰকাৰী তথ্য অনুসৰি বিগত দশকত অসমত বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত উন্নয়ন প্ৰকল্পৰ বাবে এক লাখৰো অধিক পূৰ্ণবয়স্ক গছ কটা হৈছে।

প্ৰধান বন সংৰক্ষকৰ কাৰ্যালয় আৰু অসম পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মুখ্য বন বিষয়াৰ পৰা পোৱা তথ্য অনুসৰি ২০১৬ চনৰ মে’ মাহত অসমত বিজেপিৰ প্ৰথমখন চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা ৰাজ্যজুৰি ১,০৬,৮৯৬ ডাল পূৰ্ণবয়স্ক গছ কাটি পেলোৱা হৈছে।

Apply Now

ৰাজ্যৰ ৪৪টা বন্যপ্ৰাণী আৰু আঞ্চলিক বন বিভাগৰ ভিতৰত ১৫টা বিভাগৰ পৰা এই তথ্য সংগ্ৰহ কৰা হৈছে, যিয়ে এই প্ৰাসংগিক তথ্য প্ৰদান কৰিছে। আনহাতে ১২টা বিভাগে গছ কটাৰ সবিশেষ নিদিয়াৰ বিপৰীতে বাকী ১৬টা বিভাগে এতিয়াও আৰ টি আইৰ প্রশ্নৰ উত্তৰ দিয়া নাই৷

উল্লেখযোগ্য যে আৰ টি আইৰ প্ৰশ্নৰ উত্তৰ দিয়া ২৭টা বিভাগৰ কোনো এটাই ইমান বৃহৎ সংখ্যক গছ কটাৰ পূৰ্বে বা পিছত কোনো ধৰণৰ পৰিৱেশ প্ৰভাৱৰ মূল্যায়ন কৰাৰ কথা কোৱা নাই। চৰকাৰী পৰিসংখ্যা অনুসৰি ৰাজ্যজুৰি অধিসূচিত বনাঞ্চলত ২৬ হাজাৰৰো অধিক গছ কাটি পেলোৱাৰ বিপৰীতে বাকীবোৰ অবনাঞ্চল অঞ্চলত কাটি পেলোৱা হৈছে।

মুঠৰ ভিতৰত পথ, দলং, উৰণীয়া সেতু, কাৰখানা, চিকিৎসা মহাবিদ্যালয়, আৰক্ষী বেটেলিয়ন আৰু অন্যান্য আন্তঃগাঁথনি নিৰ্মাণকে ধৰি চৰকাৰী প্ৰকল্পৰ বাবে প্ৰায় ৮৪ হাজাৰ গছ কাটি পেলোৱা হৈছে। তথ্য অনুসৰি ব্যক্তিগত কামত ১০ হাজাৰৰো অধিক গছ কাটি পেলোৱা হৈছে।

আৰ টি আইৰ তথ্যই এই কথাও প্ৰকাশ কৰিছে যে শেহতীয়া বছৰবোৰত গছ কটাৰ গতি ত্বৰান্বিত হৈছে। ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত প্ৰায় ৬৫ ​​হাজাৰ গছ কটাৰ বিপৰীতে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত পূৰ্বৰ চৰকাৰৰ দিনত ১৮ হাজাৰৰো অধিক গছ কাটিছিল। ৰাজ্যৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে গছ কটাৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই কয় যে উন্নয়নমূলক প্ৰকল্পৰ সুবিধাৰ বাবে “অতি প্ৰয়োজনত” এই গছ কটা হৈছে। পাটোৱাৰীয়ে কয়, “ৰাজ্যজুৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বাবে এই গছবোৰ কাটি পেলোৱা হৈছে। আন্তঃগাঁথনি উন্নয়নৰ বাবে ই প্ৰয়োজনীয় আছিল।”

ইপিনে, এক লাখতকৈ অধিক গছ গছ কটাৰ পিছত পৰিৱেশৰ সঞ্চিত ক্ষতিৰ মূল্যায়নৰ বাবে কোনো পদ্ধতিগত অধ্যয়ন কৰা হোৱা নাই বুলিও পৰিৱেশ বিশেষজ্ঞসকলে উদ্বিগ্নতা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd