• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শীত তাপ নিয়ন্ত্ৰিত কোঠাত শিক্ষাগ্ৰহণ কৰাৰ সুবিধা পালে ৰাজ্যৰ প্ৰথমখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
October 6, 2024 8:24 am
ৰূদ্ৰসাগৰ প্ৰাথমিক বিদ্যালয়ত নবীকৰণ কৰা তথা বাতানুকূল যন্ত্ৰ সংস্থাপন কৰা হৈছে। ফটোঃ নৰ্থইষ্ট নাও।

ৰূদ্ৰসাগৰ প্ৰাথমিক বিদ্যালয়ত নবীকৰণ কৰা তথা বাতানুকূল যন্ত্ৰ সংস্থাপন কৰা হৈছে। ফটোঃ নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ শীত তাপ নিয়ন্ত্ৰিত কোঠাত শিক্ষাগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। এই বিদ্যালয়খনৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাত সংলগ্ন কৰা হৈছে বাতানুকূল যন্ত্ৰ।

উৎকট গৰমত এতিয়া চটফটাই থাকিব নালাগিব এইখন বিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে। বিদ্যালয়খন হ’ল শিৱসাগৰ নগৰৰ সমীপৰ ৰূদ্ৰসাগৰ প্ৰাথমিক বিদ্যালয়।

শিৱসাগৰস্থfl তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ আৰ্থিক অনুদানেৰে বিদ্যালয়খন নবীকৰণ কৰা হৈছে। নতুনকৈ ৰং কৰোৱাৰ লগতে, নতুন দৰজা, খিৰিকী, নতুন টিন পাত লগোৱাৰ উপৰি প্ৰত্যেকটো শ্ৰেণীকোঠাত সংলগ্ন কৰা হৈছে এচি।

Apply Now

এই সমগ্ৰ নবীকৰণত অ’ এন জি চিয়ে ব্যয় কৰিছে ১২ লাখ টকা। অ’ এন জি চিৰ Annual Component Plan 2023-24 আঁচনিৰ অধীনত এই প্ৰাথমিক বিদ্যালয়খন নবীকৰণ কৰা হৈছে।

শনিবাৰে এই বিদ্যালয়খনৰ নবীকৰণ কৰা তথা বাতানুকূল যন্ত্ৰ সংস্থাপন কৰা শ্ৰেণীকোঠাসমূহ মুকলি কৰে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অসম সম্পদৰ ED-Asset Manager ৰাজেশ তিৱাৰীয়ে।

 বিদ্যালয়খন পৰিদৰ্শন কৰি কাৰ্যবাহী সঞ্চালকগৰাকীয়ে তেল আৰু প্ৰাকৃতিক গেছ নিগমে শিক্ষাক্ষেত্ৰত এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সদায়ে আগ্ৰহী বুলি মত ব্যক্ত কৰাৰ লগতে বিদ্যালয়ক সুন্দৰ আন্তঃগাঁঠনিয়ে উন্নত মানৰ শৈক্ষিক পৰিৱেশ গঢ় দিব পাৰে বুলি মন্তব্য আগবঢ়ায়।

এই শুভ মুকলি অনুষ্ঠানৰ আঁত ধৰে নিগমৰ সৰ্বভাৰতীয় অনূসূচীত জাতি-জনজাতি কৰ্মচাৰী কল্যাণ সন্থাৰ অসম শাখাৰ সম্পাদক জগত হাজৰিকাই। অনুষ্ঠানত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়াৰ লগতে নিগমৰ সৰ্বভাৰতীয় অনূসূচীত জাতি-জনজাতি কৰ্মচাৰী কল্যাণ সন্থাৰ অসম শাখাৰ সভাপতি ডেম্বীৰাম পাংগীং, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ প্ৰফুল্ল কলিতাকে ধৰি বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

September 14, 2026 2:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd