• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰফুল্ল কুমাৰ মহন্তলৈ সাৱধানবাণী সভাপতি অতুল বৰাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2019 10:16 am
Atul Bora & P K Mahanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰে পুনৰ মিত্ৰতা কৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত বহন কৰিছে আঞ্চলিক দলটোৰ নেতৃত্বই। যিকোনো মূহুৰ্ততে দলে অগপৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলি বুধবাৰে দলৰ সভাপতি অতুল বৰাৰ মন্তব্যত স্পষ্ট হৈ পৰে।

শেহতীয়াকৈ প্ৰফুল্ল কুমাৰ মহন্তই তেজপুৰত সাংবাদিকৰে হোৱা কথা বতৰাত ৰাজ্যসভাৰ আসনক লৈ আওপকীয়াকৈ পুনৰ এবাৰ অতুল বৰা আৰু তেওঁৰ সহযোগী সকলক কটাক্ষ কৰিছিল। মহন্তৰ এনে কটাক্ষৰ পাছতেই ধৈৰ্য্যৰ বান্ধ ছিঙা পৰিলক্ষিত হৈছে বৰ্তমানৰ সভাপতি অতুল বৰাৰ।

Apply Now

বুধবাৰে তেজপুৰত অনুষ্ঠিত অগপৰ পৰ্যালোচনা সভাৰ পাছতে সভাপতি বৰাই সাংবাদিকৰ আগত মহন্ত সন্দৰ্ভত মত ব্যক্ত কৰি কয়, ‘সকলো দলতে ভিন্ন ধৰণৰ মানুহ থাকে। এজন মানুহক লৈ দল নহয়। দলৰ উৰ্ধত কোনো নহয়, প্ৰফুল্ল মহন্তও নহয় অতুল বৰাও নহয়’।

‘দলৰ শৃংখলা সকলোৱে মানিব লাগিব, আৰু মানি চলা উচিত। নহ’লে দলে নিজৰ লাইন ল’ব’ বুলি দলৰ সভাপতিগৰাকীয়ে সাংবাদিকৰ জৰিয়তে এক প্ৰকাৰ সকীয়নি প্ৰদান কৰা দেখা যায় প্ৰফুল্ল মহন্তক।

ইয়াৰ উপৰি সভাপতি বৰাই প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ কৰ্তৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰি বিগত সময়ত মহন্তৰ নেতৃত্বত অগপৰ ধাৰাবাহিক বিপৰ্যয় হোৱা বুলিও মহন্তক মনত পেলাই দিয়ে।

উল্লেখ্য যে ‘কেব’ বিৰোধী স্থিতিত অটল প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তৰ শেহতীয়া স্থিতিয়ে স্বাভাৱিকতে অশ্বস্তিত পেলোৱা পৰিলক্ষিত হৈছিল অগপ দলটোক। লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীক সহযোগিতা নকৰাৰ উপৰি সংবাদ মাধ্যমৰ জৰিয়তে মহন্তই তীব্ৰ সমালোচনা কৰিছিল অগপ-বিজেপিক। তদুপৰি দুবাৰৰ মুখ্য মন্ত্ৰীগৰাকীয়ে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰাও বিৰত আছিল।

এতিয়া কথা হ’ল অহা ১৪ আৰু ১৫ মে’ত অগপই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদৰ বৈঠক আহ্বান জনাইছে। উক্ত বৈঠকতে প্রফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে নেতৃত্বই কঠোৰ সিদ্ধান্ত ল’ব পাৰে বুলি বিভিন্ন জনৰ মনত প্ৰশ্নৰ উদ্ৰেগ ঘটিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd