• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতত জুই লৈ সোণোৱাল চৰকাৰৰ বিৰুদ্ধে খোদ বিজেপি!

ছফিকুল আহমেদ by ছফিকুল আহমেদ
October 3, 2018 7:43 pm
goalpara bjp

গোৱালপাৰাত বুধবাৰে সন্ধিয়া বিজেপিৰ জোঁৰ সমদল। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সু-শাসনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা নিজ দলৰে চৰকাৰৰ পৰা ‘ন্যায়’ বিচাৰি হাতত জোঁৰ লৈ ৰাজপথত নামিব লগা হৈছে বিজেপি নেতা-কৰ্মী।

হত্যাৰ অভিযোগত ২০১৩ চনতে অভিযোগনামা দাখিলৰ পিছতো আজি পৰ্য্যন্ত চৰকাৰে গ্ৰেপ্তাৰ নকৰা পূব গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক আব্দুল কালাম ৰছিদ আলমৰ তাৎক্ষণিক গ্ৰেপ্তাৰৰ দাবীত বুধবাৰে সন্ধিয়া হাতত জোঁৰ লৈ গোৱালপাৰা চহৰত সমদল বাহিৰ কৰিছে জিলা বিজেপিয়ে।

গৃহ বিভাগৰো দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিব্ৰত কৰি ‘We want justice, হত্যাত অভিযুক্ত বিধায়কক গ্ৰেপ্তাৰ কৰক, কংগ্ৰেছ দল হায় হায়’ আদি শ্ল’গানেৰে বিজেপি নেতা-কৰ্মীসকলে বুধবাৰে সন্ধিয়া উত্তাল কৰি তোলে গোৱালপাৰা চহৰ।

‘‘বিচাৰ প্ৰক্ৰিয়া খুব সোনকালে হ’ব লাগে আৰু দোষীক ফাষ্ট ত্ৰেক আদালতৰ জৰিয়তে শাস্তি দিব লাগে। আমি সেয়ে গোৱালপাৰা চহৰৰ মাজেৰে জোঁৰ সমদল উলিয়াইছো,” নৰ্থ ইষ্ট নাও-ক জনালে জিলা বিজেপি সম্পাদক সুব্ৰত ঘোষে।

লগতে পঢ়ক– ‘হত্যাকাৰী’ কংগ্ৰেছী বিধায়কক গ্ৰেপ্তাৰ নকৰি সুৰক্ষা দিছে বিজেপি চৰকাৰে!

বিক্ৰম জিত নাথ নামৰ গোৱালপাৰা কলেজ ছাত্ৰ এজনক ২০০১ চনৰ ২৮ ছেপ্তেম্বৰত কলেজ চৌহদতে দিন দুপৰতে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা হৈছিল।

ছাত্ৰজনক গোৱালপাৰা কলেজ চৌহদত দিন দুপৰতে গুলীয়াই হত্যা কৰা ঘটনাৰ সম্পূৰ্ণ ১৭ বছৰ পিছত যোৱা ২৯ ছেপ্তেম্বৰত পৰিয়ালে ন্যায় বিচাৰি সোণোৱাল চৰকাৰক পোনপটীয়াকৈ প্ৰশ্ন কৰাৰ পিছৰে পৰা উত্তপ্ত হৈ আছে জিলাখনৰ ৰাজনীতি।

হত্যাৰ বলি ছাত্ৰজনৰ পৰিয়ালৰ সংবাদ মেলৰ পিছতে ৩০ ছেপ্তেম্বৰত এক সংবাদ মেল আয়োজন কৰি এয়া তেওঁৰ বিৰুদ্ধে ‘ৰাজনৈতিক ষড়যন্ত্ৰ’ বুলি মন্তব্য কৰিছিল বিধায়ক আলমে।

ছফিকুল আহমেদ

ছফিকুল আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ পৰা ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ পৰা ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ পৰা ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ পৰা ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd