DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পুনৰ চলিছে অপপ্ৰচাৰ; টুইটাৰ ট্ৰেণ্ডত #DhoniRetires

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2020 12:27 pm
66.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম সফল ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ ভৱিষ্যত সন্দৰ্ভত যোৱা কেইবামাহ ধৰি বিভিন্ন খবৰে সংবাদ মাধ্যমত চৰ্চা লাভ কৰি আছে।

ধোনীয়ে শেষবাৰৰ বাবে যোৱা বছৰ জুলাই মাহত অনুষ্ঠিত ক্ৰিকেট বিশ্বকাপৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অংশ লৈছিল। ইয়াৰ পিছৰে পৰা ক্ৰিকেট জগতৰ পৰা আঁতৰি আছে ধোনী।

ভাৰতৰ সবাটোকৈ সফলতম অধিনায়কৰূপে পৰিচিত ধোনী পুনৰবাৰ ক্ৰিকেট ফিল্ডলৈ ঘূৰি অহাটো সকলো অনুৰাগীয়ে মনে প্ৰাণে বিচাৰে।

ইয়াৰ মাজতে পুনৰ এবাৰ ছ’চিয়েল মিডিয়াত ধোনীৰ অৱসৰক লৈ ব্যাপক ভুৱা বাতৰি প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে।

বুধবাৰে হঠাৎ টুইটাৰত #DhoniReires ট্ৰেণ্ড আৰম্ভ হয়। ইয়াৰ লগে লগে ধোনীৰ অনুৰাগীসকল আৱেগিক হৈ উঠে আৰু টুইটাৰত প্ৰিয় খেলুৱৈগৰাকীৰ ক্ৰিকেট জীৱনৰ ঐতিহাসিক মুহূৰ্ত শ্বেয়াৰ কৰিবলৈ লয়।

Thanks for the memories ?#DhoniRetires pic.twitter.com/V10qOr0QFI

— Aditya ?️ (@Cule_Adi) May 27, 2020

#DhoniRetires we will miss you legend ? pic.twitter.com/C87Mj17p1b

— Dibya (@d_i_b_y_a_) May 27, 2020

ছ’চিয়েল মিডিয়াত এইদৰে ভুৱা খবৰ প্ৰচাৰ হোৱাৰ লগে লগে একাংশ ধোনীৰ অনুৰাগী ক্ষুব্ধ হৈ পৰে আৰু এনেধৰৰ ভুৱা বাতৰিক গুৰুত্ব প্ৰদান নকৰিবলৈ আহ্বান জনায়।

People trending #DhoniRetires have no idea about Cric, To bat at No 6,7 score 11k runs, no one has ever done it before, Gilly & Sanga always batted in Top 3, yet Dhoni’s stats are better then em. Let alone his achievements as Captain. pic.twitter.com/swrTHWRHhe

— Shray Srivastava (@ShraySrivastava) May 28, 2020

উল্লেখ্য যে ধোনীৰ অৱসৰক লৈ ছ’চিয়েল মিডিয়াত চলা এয়াই প্ৰথম অপপ্ৰচাৰ নহয়। ইয়াৰ পূৰ্বেও অৰ্থাৎ বিশ্বকাপৰ পিছৰ পৰা দুই-তিনিবাৰমান অৱসৰ সন্দৰ্ভত অপপ্ৰচাৰ চলিছিল।

Recent News

মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Woman and 6-Year-Old Daughter Gangraped

নৃশংস! চলন্ত গাড়ীত মাতৃসহ ৬ বছৰীয়া শিশুক দলবদ্ধ ধৰ্ষণ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd