• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গেৰুকামুখত গেৰুৱা হ’ল ৰূপজ্যোতি; আনুষ্ঠানিকভাৱে বিজেপিত যোগদান সদ্য কংগ্ৰেছ ত্যাগী কুৰ্মীৰ

‘পুৰণি মিত্ৰ’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিতে কুৰ্মীয়ে যোগদান কৰে বিজেপিত

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
June 21, 2021 1:03 pm
Rupjyoti joined BJP
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছৰ পৰা বহিস্কাৰ আৰু বিধায়ক পদ ত্যাগ কৰাৰ পাছত আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৰূপজ্যোতি কুৰ্মীয়ে। ধেমাজিৰ গেৰুকামুখত মুখ্যমন্ত্ৰীৰ উপস্থিতিত কুৰ্মীয়ে বিজেপিত যোগদান কৰে।

২০০৬ চনৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ হৈ মৰিয়নী সমষ্টিৰ পৰা বিজয়ী হৈ অহা ৰূপজ্যোতি কুৰ্মীয়ে সোমবাৰে গেৰুৱা বসন পৰিধান কৰিলে।

Apply Now

বিজেপিত যোগদান কৰাৰ পাছত কুৰ্মীয়ে কয়,” ২০১৪ চনত কেন্দ্ৰত বিজেপি দলৰ চৰকাৰ হৈছিল আৰু তেতিয়া বিভিন্নজনে সমালোচনা কৰিছিল। আমি বিৰোধী হিচাপে সমালোচনা কৰিছিলোঁ কিন্তু অসমৰ ৰাইজে বিজেপি চৰকাৰৰ কামকাজ দেখিছে আৰু সেইবাবেই অনাগত ভৱিষ্যতৰ কথা চিন্তা কৰি বিজেপি চৰকাৰক ক্ষমতাত বিচাৰিছে।”

“লগতে মইও আজি খুবেই আনন্দ লাভ কৰিছোঁ বিজেপি দলত যোগদান কৰি। মোৰ বিজেপি দলত যোগদান কৰা পলমেই হ’ল’’ বুলিও কুৰ্মীয়ে উল্লেখ কৰে।

কিন্তু কেনেকৈ বোধোদয় ঘটিল ৰূপজ্যোতি কুৰ্মীৰ! তেওঁৰ কথাৰে, ‘’২০১৪ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ অহাৰ পাছত আমি বিৰোধী হিচাপে কেৱল নামৰ বাবে সমালোচনা কৰিছিলোঁ। ভাৰতৰ ৰাইজে দেখা পালে ২০১৯ চনত  ২০১৪ চনত কৈ অধিক ভোট লাভ কৰি কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰ হৈছিল আৰু সেই সময়ত মইও বিৰোধী হিচাপে কেৱল নামত বিজেপি দলক সমালোচনা কৰিছিলোঁ। বিজেপি দলৰ জনপ্ৰিয়তা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা আৰু কামৰ প্ৰতি আকৃষ্ট হৈ আজি মই বিজেপি দলত যোগদান কৰিছোঁ। মোৰ দৃঢ় বিশ্বাস সভ্যতা ৰক্ষাৰ এই যুঁজত মই কিঞ্চিত বৰঙণি আগবঢ়াব পাৰিম।‘’

নিজৰ নতুন যাত্ৰা সম্পৰ্কত কুৰ্মীয়ে লগতে কয়, ‘’২০১৪ চনলৈ বিজেপিৰ কোনো অস্তিত্ব নাছিল কিন্তু ২০১৪ চনৰ পাছৰ পৰা ৰাইজে বিজেপিৰ কাম দেখিছে আৰু তেওঁলোকে বিজপিক ভোট দি জয়যুক্ত কৰিছে। জ্যোতিষীৰ পৰামৰ্শ অনুসৰি মই বিজেপি দলত যোগদান কৰিলোঁ।‘’

বিজেপিত যোগদান কৰিয়েই কংগ্ৰেছৰ ভুলটো আঙুলিয়াই দিবলৈকো নাপাহৰিলে ন বিজেপি কুৰ্মীয়ে। ক’লে, ‘’কংগ্ৰেছ দলৰ কোনো ভিজন নাই। এ আই উ ডি এফৰ লগত মিত্ৰতা কৰাটো কংগ্ৰেছৰ ডাঙৰ ভুল বুলিও কুৰ্মীয়ে উল্লেখ কৰে।‘’

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd