• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বুজাত পলম হ’ল! এইবাৰ RSSৰ ওচৰত আঁঠু ল’বলৈ সাজু ৰূপজ্যোতি কুৰ্মী!

‘হাতযোৰ কৰিম, হয়তো আঁঠু কাঢ়িব লাগিব বা সেৱা কৰিব লাগিব’ আৰএছএছ নেতাৰ ওচৰত সেও মানিলে ৰূপজ্যোতিয়ে!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 20, 2021 5:23 pm
Rupjyoti Vinno
510
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছত থকা সময়ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগতে বিজেপি দলক কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰি এতিয়া অনুসূচনাত ভুগিছে প্ৰাক্তন কংগ্ৰেছী  বিধায়ক ৰূপজ্যোতি কুৰ্মী।

আনকি তেওঁৰ সমষ্টিৰ এখন মহাবিদ্যালয়ত আৰএছএছৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি মহাবিদ্যালয়ৰ ভিতৰত ভাৰত মাতা কি জয় শ্লোগান দিয়াৰো বিৰোধিতা কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে।

কিন্তু কুৰ্মীয়ে যেন এতিয়া সেই পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ সাজু হৈছে। আনকি তেওঁ কেশৱ ধামত গৈ আৰএছএছৰ নেতাৰ সন্মুখত আঁঠু ল’বলৈয়ো প্ৰস্তুত।

আজি সাংবাদিকে কেশৱ ধামত গৈ আৰএছএছক ক্ষমা খুজিব নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয়, ‘স্বাভাৱিকতে মই পাপৰ প্ৰায়শ্চিত্ত কৰিব লাগিব। মই নিয়ম মতে আগতেই যাব লাগিছিল। বিজেপি দলত যোৱাত মই পলম কৰিলো। মই ডাঙৰ সময় অপচয় কৰিলো।‘

ইপিনে, কেশৱ ধামত গৈ কুৰ্মীয়ে হাত যোৰ কৰিব নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয়, ‘স্বাভাৱিকতে হাত যোৰ কৰিম, হয়তো আঁঠু কাঢ়িব লাগিব বা সেৱা কৰিব লাগিব। মৰিয়নী সমষ্টিৰ ৰাইজৰ উন্নয়নৰ বাবে বা অসমৰ ৰাইজৰ কাৰণে যিহেতু সেৱা কৰিবলৈ আগবাঢ়ি আহিছো গতিকে হাত যোৰ কৰিম, আঁঠু কাঢ়িম সেৱাও কৰিম।‘

ৰূপজ্যোতি কুৰ্মীৰ এই মন্তব্যৰ পৰা স্পষ্ট হৈছে যে পূৰ্বৰ ৰূপজ্যোতি কুৰ্মীৰ এক্সন মুড অসমৰ ৰাইজে আৰু দেখিবলৈ নাপাব। আগতে আৰএছএছৰ বিৰুদ্ধে সিংহৰ দৰে গৰজি এতিয়া যেন নেজ পেলাই সেৱা ল’বলৈও কোনো কুন্ঠাবোধ নকৰে ৰূপজ্যোতি কুৰ্মীয়ে।

এতিয়া যেন নিজকে ‘অভদ্ৰ’ বুলি পৰিচয় দিয়া ৰূপজ্যোতি কুৰ্মী আৰএছএছৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ শান্ত-শিষ্টলৈ ৰূপান্তৰিত হ’ব।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd