• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩৮ বছৰৰ মূৰত পুনৰ মুকলি হ’ল ৰূপসী বিমান বন্দৰ,২৪ গৰাকী যাত্ৰীৰে অৱতৰণ প্ৰথমখন বিমানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2021 5:37 pm
Rupsi-Airport-1-750x375
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুদীৰ্ঘ ৩৮ বছৰৰ অন্তত পুনৰ মুকলি হ’ল নামনি অসমৰ ঐতিহ্যমণ্ডিত ৰূপসী বিমান বন্দৰ।আজি ২৪ গৰাকী যাত্ৰী কঢ়িয়াই গুৱাহাটীৰ পৰা উৰা মৰা এখন বিমানে সুদীৰ্ঘ দিনৰ অন্তত ৰূপসী বিমান বন্দৰত অৱতৰণ কৰে।

এতিয়াৰে পৰা ৮.৩৫ বজাত গুৱাহাটীৰ পৰা উৰা মৰা বিমানে পুৱা ৯.১০ মিনিটত ৰূপসী বিমান বন্দৰত অৱতৰণ কৰিব কৰে।

Apply Now

একেদৰে পুৱা ৯.৪০ বজাত ৰূপসী বিমান বন্দৰৰ পৰা উৰা মৰা বিমানেে দিনৰ ১১.১০ বজাত কলকাতাৰ বিমান বন্দৰত অৱতৰণ কৰিব।

কলকাতাৰ পৰা দিনৰ ১১.৪০ বজাত উৰা মৰা বিমানে ৰূপসীত আহি উপস্থিত হ’ব দিনৰ ১,২০ বজাত।একেদৰে বিয়লি ৩.০০ বজাত উৰা মৰা বিমানে গুৱাহাটীত উপস্থিত হ’ব বিয়লি ৩.৪০ বজাত।

ৰূপসী বিমান বন্দৰৰ পৰা সপ্তাহৰ প্ৰতি মঙলবাৰ, বৃহস্পতিবাৰ,শনিবাৰ আৰু দেওবাৰে বিমানৰ চলাচল হ’ব বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৯ চনৰ ২২ ফেব্ৰুৱাৰীত ধুবুৰীত ৰূপসী বিমান বন্দৰৰ পুনৰ নিৰ্মাণৰ বাবে দ্বিতীয় পৰ্য্যায়ৰ কামৰ  আধাৰশিলা স্থাপন কৰিছিল। দীৰ্ঘদিন ধৰি অৱহেলিত হৈ থকা ৰূপসী বিমান বন্দৰৰ উন্নয়নৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ হাতত লৈছে।

সভাত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী সুৰেশ প্ৰভুৱে নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যাৱস্থাৰে ভাষণ প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে,  ব্ৰিটিছ শাসন কালত দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে স্থাপন হোৱা ৰূপসী বিমান বন্দৰটো ১৯৮৪ চনৰ পৰা বন্ধ হৈ আছে।

ৰাজ্য চৰকাৰে বহুবাৰ বিমান বন্দৰটো মুকলি কৰাৰ চেষ্টা কৰিছিল যদিও এইক্ষেত্ৰত ব্যৰ্থ হয়।

অৱশেষত চৰকাৰৰ স্থানীয় সংযোগ আঁচনিৰ অধীনত ভাৰতীয় বিমান প্ৰাধিকৰণ আৰু বায়ু সেনা বাহিনীৰ উদ্যোগত ৰূপসী বিমান বন্দৰৰ পুনৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল।

আনহাতে, বিমানবন্দৰটোৰ পুনৰ সক্ৰিয় হৈ উঠাত স্থানীয় লোকসকল যথেষ্ট উৎফুল্লিত হৈ  পৰিছে।

বিমানবন্দৰটো পুনৰ সক্ৰিয় উঠাৰ পিছত  ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ  বিমানেৰে যাত্ৰা কৰিবৰ বাবে গোৱালপাৰা,ধুবুৰী, কোকৰাঝাৰ আদি জিলাৰ লোক সকলে গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ অহাৰ পৰিবৰ্তে ৰূপসী বিমানবন্দৰৰ পৰাই যাত্ৰা কৰিব পাৰিব।

এয়াৰপ’ৰ্ট অথ’ৰিটী অৱ ইণ্ডিয়াৰ উচ্চপদস্থ বিষয়াৰ প্ৰতিনিধি দলৰ হাতত ৰূপসী বিমান বন্দৰ বাবে মুঠ ১ হাজাৰ ৭১ বিঘা মাটি হস্তান্তৰ কৰিছিল। ভূমি হস্তান্তৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত বি টি চি প্ৰশাসনীয় বিষয়াৰ সৈতে প্ৰতিনিধি দলটো উপস্থিত হয় বিমান বন্দৰত।

বিমান বন্দৰত উপস্থিত হৈ বন্দৰটোৰ বিভিন্ন জোখ মাপ কৰিছিল আৰু বন্দৰটোৰ কিছু মাটি পৰীক্ষণৰ বাবে লৈ গৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm
৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

September 21, 2026 6:23 pm
আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

September 21, 2026 5:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd