• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাছিয়াই আৰম্ভ কৰিছে কৰ’নাৰ ভেকচিনৰ উৎপাদন; আগষ্টৰ শেষত আহিব বজাৰলৈ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 16, 2020 9:29 am

1 min read

index-7-750x375
254
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ প্ৰথম পৰ্যায়ৰ ভেকচিন উৎপাদনৰ কাম সম্পন্ন কৰিছে। দেশখনৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ পৰা সংবাদ প্ৰতিষ্ঠানক এই কথা জানিবলৈ দিয়া হৈছে।

ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰ্যালয়ে ভেকচিন উৎপাদনৰ কাম আৰম্ভ হোৱাৰ কথা জানিবলৈ দিছিল।

তৃতীয় তথা চতুৰ্থ পৰ্যায়ৰ পৰীক্ষা-নিৰী৭আৰ বাবে এহেজাৰ লোকৰ ওপৰত প্ৰয়োগ কৰাৰ পূৰ্বেই এই ভেকচিনৰ অনুমোদন দিয়া হৈছে।

সুৰক্ষাৰ বাবে ট্ৰায়েলৰ যে অতি প্ৰয়োজন বিজ্ঞানীসকলে সেইকথা দোহাৰিছে।

একাংশ বিশেষজ্ঞৰ আশংকা যে কৰ’না মহামাৰীৰ মাজত কোনে আগতে ভেকচিন উলিয়াব পাৰে তাৰ প্ৰতিযোগিতা চলিছে। সেয়েহে, ততাতয়াকৈ ৰাছিয়াই ইয়াৰ অনুমোদন দিছে।

ইপিনে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে বিশ্বৰ প্ৰথমটো ভেকচিন সুৰক্ষিত বুলি দাবী কৰিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে আনিক তেওঁৰ দুগৰাকী কন্যাৰ এগৰাকীক স্বেচ্ছাসেৱক হিচাপে সেই ভেকচিন দিছে।

তেওঁ দাবী কৰা মতে প্ৰথমদিনা অলপ জ্বৰ আহিছিল যদিও পাছদিনা তাপমাত্ৰা স্বাভাৱিক অৱস্থালৈ আহে।

আগষ্ট মাহৰ শেষৰফালে স্পুটনিক-৫ ভেকচিনটো বজাৰলৈ আহিব বুলি জানিব দিছে ৰাছিয়াই।

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd