• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অধিকৃত মাৰিঅ’পোলত নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিছে ৰাছিয়াই; ডনবাছ ভ্ৰমণৰ বাবে সাজু পুটিন!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2022 10:02 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Russia building a massive army base ৰাছিয়াই ইউক্ৰেইনৰ বন্দৰ চহৰ মাৰিঅ’পোলত এটা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰি আছে। ৰাছিয়াৰ এই কাৰ্যকলাপ শেহতীয়া কেইবাটাও উপগ্ৰহ ছবিত দেখা পোৱা গৈছে। বিবিচিৰ এক প্ৰতিবেদনত এই তথ্য দাঙি ধৰা হৈছে।

প্ৰতিবেদন অনুসৰি, ৰাছিয়াই চহৰখনত এটা নতুন বৃহৎ সামৰিক শিবিৰ নিৰ্মাণ কৰি আছে। ৰাছিয়াই ক্ৰমান্বয়ে মাৰিঅ’পোলত পুনৰ ইয়াৰ প্ৰতিৰক্ষা প্ৰণালী শক্তিশালী কৰি আছে।

লগতে পঢ়ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণ

Apply Now

চহৰখনৰ দক্ষিণ আৰু পূব অংশত ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণৰ ফলত মাৰিঅ’পোল ভাবুকিৰ সন্মুখীন হৈছে। এই পৰিস্থিতিত ৰাছিয়াই চহৰখনত নিজৰ সৈন্য বৃদ্ধি কৰা আৰম্ভ কৰিছে।

ৰাছিয়াই এই বছৰৰ ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰিছিল। ইয়াৰ পিছত ৰাছিয়াৰ সেনাই মাৰিঅ’পোল চহৰখন প্ৰায় তিনি মাহৰ বাবে অৱৰোধ কৰি ৰাখে।

ইপিনে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে উপযুক্ত সময়ত অধিকৃত ডনবাছ অঞ্চল পৰিদৰ্শন কৰিব। অৱশ্যে পুটিনৰ ভ্ৰমণৰ সঠিক তাৰিখ সদৰী কৰা নাই।

শেহতীয়াকৈ ডনবাছকে ধৰি কিছুমান অঞ্চল গণভোটৰ দ্বাৰা ইউক্ৰেইনৰ পৰা পৃথক কৰা হৈছে আৰু ৰাছিয়াৰ সৈতে সংযুক্ত কৰা হৈছে।

লগতে পঢ়ক: কৰ্মীৰ প্ৰতিবাদৰ বাবে চীনৰ পৰা আঁতৰিব এপলৰ কাৰখানা; ভাৰতৰ পিনে দৃষ্টি সংস্থাটোৰ!

ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্রি পেচকভে শনিবাৰে সংবাদ মাধ্যমক কৈছিল যে ডনবাছ ৰাছিয়ান ফেডাৰেচনৰ অংশ আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে নিশ্চিতভাৱে তালৈ যাব। পেচকভে এই তথ্য সংবাদ মাধ্যমক দিছে যদিও পুটিনে কেতিয়া ভ্ৰমণ কৰিব তাৰ সঠিক তাৰিখ সদৰী কৰা নাই।

উল্লেখ্য যে, বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে ইউক্ৰেইনৰ যুদ্ধ সন্দৰ্ভত পুটিনৰ সৈতে আলোচনাৰ চৰ্ত প্ৰদান কৰে। ইয়াৰ প্ৰত্যুত্তৰত ক্ৰেমলিনৰ এজন মুখপাত্ৰই কয় যে ৰাষ্ট্ৰপতি পুটিন যিকোনো আলোচনাৰ বাবে সাজু, কিন্তু ৰাছিয়াই ইউক্ৰেইনৰ পৰা সৈন্য প্ৰত্যাহাৰ নকৰে।

পেচকভে লগতে কয় যে ৰাষ্ট্ৰপতি পুটিন তেওঁৰ দেশৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সদায় আলোচনা কৰিবলৈ সাজু।

লগতে পঢ়ক: গৰুৰ পেটৰ পৰা উদ্ধাৰ ৬৫ কিলোগ্ৰাম প্লাষ্টিক, ধাতুৰ আৱৰ্জনা; হতভম্ব চিকিৎসক

ক্ৰেমলিনৰ মুখপাত্ৰজনে কয় যে আমেৰিকাই ৰাছিয়ান ফেডাৰেচনৰ অংশ হিচাপে সংযুক্ত অঞ্চলসমূহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাটোৱে যিকোনো ধৰণৰ চুক্তিত বাধা দিয়ে। আমেৰিকাৰ এই স্থিতিয়ে মীমাংসাৰ এক উমৈহতীয়া ক্ষেত্ৰ সৃষ্টিৰ বিষয়টোক বিশেষভাৱে জটিল কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd