DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Russia-Ukraine War: ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আটাইতকৈ বৃহৎ মিছাইল আক্ৰমণ আৰম্ভ কৰিছে ৰাছিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2022 12:25 pm
175
VIEWS
Share on FacebookShare on Twitter

Russia launches another massive missile strike ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত সৰ্ববৃহৎ মিছাইল আক্ৰমণ চলাইছে। ৰাছিয়াৰ সৈন্যই শুকুৰবাৰে নিশাৰ পৰা ইউক্ৰেইনৰ ৰাজধানীত ৭০ টাতকৈও অধিক ক্ৰুজ মিছাইল নিক্ষেপ কৰিছে।

তীব্ৰ ঠাণ্ডা আৰু বৰফৰ মাজত ৰাছিয়াৰ মিছাইল আক্ৰমণৰ ফলত চহৰখনৰ বিদ্যুৎ যোগান ব্যাহত হৈছে। ইউক্ৰেইন চৰকাৰে কৈছিল যে ‘ব্লেকআউট’ৰ ফলত চহৰখনৰ পানী যোগান আৰু অন্যান্য সেৱা ক্ষতিগ্ৰস্ত হৈছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কেইমাহমান আগতে আশংকা প্ৰকাশ কৰিছিল যে ৰাছিয়াই শীতকালত এক নতুন বিধ্বংসী আক্ৰমণ কৰিব পাৰে। আৰু এইটোৱেই এতিয়া সত্য প্ৰমানিত হ’ল।

শুকুৰবাৰে ইউক্ৰেনে দাবী কৰে যে প্ৰায় ২ লাখ ৰাছিয়াৰ সৈন্যই শীতকালত কিয়েভ দখল কৰিবলৈ নতুন প্ৰস্তুতি আৰম্ভ কৰিছে। বাহিনীটোত নিৰ্বাচিত আৰ্টিলাৰী, টেংক আৰু সশস্ত্ৰ বেটেলিয়ন আছে।

ইউক্ৰেইনৰ সেনা প্ৰধান ভেলেৰী জালুজনিয়ে কয়, “অহা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ আক্ৰমণৰ বৰ্ষপূৰ্তি হ’ব। তাৰ আগতে ৰাছিয়াই ৰাজধানী কিয়েভ দখল কৰিবলৈ ব্যাকুল হৈ পৰিছে।‘’ ভেলেৰীয়ে ৰাছিয়াৰ আক্ৰমণৰ মোকাবিলা কৰিবলৈ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বাবে আন্তৰ্জাতিক বিশ্বৰ ওচৰত আহ্বান জনাইছে।

ৰাছিয়াই খেৰচন চহৰকে ধৰি ইউক্ৰেইনৰ কেইবাটাও অঞ্চলত নতুন ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ আৰম্ভ কৰিছে। খেৰছনত ৰাছিয়াৰ আক্ৰমণত চাৰিজন নাগৰিক নিহত হৈছে। ইউক্ৰেনে ৰাছিয়াৰ সামৰিক বাহিনীক নিৰ্বাচিতভাৱে বিদ্যুৎ আৰু পানী যোগান প্ৰকল্পক লক্ষ্য কৰি লোৱা বুলি অভিযোগ কৰিছে।

Recent News

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd