• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাছিয়াৰ পৰা ভাৰতে তেল আমদানি কৰাৰ বিৰুদ্ধে সৰব ইউৰোপীয় দেশ, ৰাছিয়াৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 29, 2022 4:55 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে ইউৰোপৰ প্ৰায়ভাগ দেশেই ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰিছিল। সকলোৱে ভাবিছিল যে ৰাছিয়াৰ সৈতে হয়তো ইউৰোপীয় দেশসমূহে সঁচাকৈয়ে বাণিজ্যিক সম্পৰ্ক ছেদ কৰিব । কিন্তু কোনো এখন ইউৰোপীয় দেশেই তেনে কৰা নাই।

ৰাছিয়াৰ পৰা ইউৰোপীয় দেশসমূহে তেল আমদানিহে কৰি আহিছে। কিন্তু ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানী কৰাৰ বিষয়টোত গৰজি উঠিছে ইউৰোপীয় দেশসমূহ।

Apply Now

ৰাছিয়াই ইউৰোপীয় দেশসমূহৰ এনে স্থিতিক সমালোচনা কৰিছে। ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ অলিপাভে এই সন্দৰ্ভত কৰা মন্তব্যই বহুতকে জোকাৰি গৈছে। অলিপাভে কয় “পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয় কৰা কাৰ্যক গৰিহণা দিছে। আনহাতে, তেওঁলোকে নিজেই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আহিছে। এই ক্ষেত্ৰত, ইউৰোপীয় দেশবোৰে আন্তঃৰাষ্ট্ৰীয় নিয়মবোৰ অনুসৰণ কৰা নাই । তেওঁলোকে নিজৰ সুবিধা অনুসৰি নিয়ম প্ৰস্তুত কৰিছে।

ইউক্ৰেইনৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদত আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কেইবাখনো পশ্চিমীয়া দেশে ৰাছিয়াৰ বিৰুদ্ধে বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছে। সেই নিষেধাজ্ঞাবোৰৰ এটা আছিল যে ৰাছিয়াৰ পৰা কোনো দেশে খাৰুৱা তেল ক্ৰয় কৰিব নোৱাৰি। ফলত ক্ৰেতা দেশৰ সংখ্যা হঠাতে হ্ৰাস হোৱাৰ বাবে ৰাছিয়াই ভাৰতক বহুত কম মূল্যত তেল বিক্ৰী কৰা আৰম্ভ কৰিছিল।ভাৰতক তেল বিক্ৰী কৰাৰ বাবে কেইবাখনো ইউৰোপীয় দেশে ৰাজহুৱাভাৱে ৰাছিয়াক গৰিহণা দিছে।

কিন্তু ৰাছিয়াৰ সৈতে সমান্তৰালভাবে সেই দেশসমূহে বাণিজ্যিক সম্পৰ্কৰ বজাই ৰাখিছে। ইউৰোপীয় দেশসমূহে বৃহৎ পৰিমাণত ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি অব্যাহত ৰাখিছে বুলি অলিপাভে মন্তব্য কৰে।

অলিপাভে কয়, ” তেওঁলোকে নিজে ৰাছিয়াৰ তেল ক্ৰয় কৰি আছে, আনহাতে আনপিনে তেনে দেশসমূহেই ভাৰতক গৰিহণা দিছে। ফলস্বৰূপে, তেওঁলোকৰ দুমুখীয়া স্থিতি উন্মোচিত হৈছে”।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd