• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱশেষত আলোচনা: ৰাছিয়াই বিচাৰে চুক্তি; ইউক্ৰেইনৰ দাবী তাৎক্ষণিক যুদ্ধবিৰতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2022 4:41 pm
Russia-Ukraine War
365
VIEWS
Share on FacebookShare on Twitter

ক্ৰমাৎ তীব্ৰতৰ হৈ উঠা যুদ্ধৰ মাজতে আলোচনাত বহিছে ৰাছিয়া আৰু ইউক্ৰেইন। ৰাছিয়াৰ আক্ৰমণক শক্তিশালী ৰূপত প্ৰতিহত কৰিলেও দেশৰ মুখ্য চহৰসমূহৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰখাৰ বাবে ইউক্ৰেইনে ৰাছিয়াৰ সৈতে আলোচনাৰ পথেৰে আগবাঢ়িবলৈ ইচ্ছুক বুলি প্ৰকাশ কৰিছে।

আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাছিয়াৰ আগ্ৰাসী চৰিত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াও আলোচনাৰ বাবে সন্মত হৈছে।

সম্প্ৰতি বেলাৰুছত দুয়োপক্ষৰ মাজত চলি থকা আলোচনাৰ পূৰ্বে ৰাছিয়াৰ এজন প্ৰতিনিধিয়ে ৰাছিয়াই ইউক্ৰেইনৰ সৈতে এক চুক্তিত উপনীত হ’ব বিচাৰে বুলি মন্তব্য কৰে।

আনহাতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে তাৎক্ষণিক যুদ্ধবিৰতি আৰু ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সৈন্য প্ৰত্যাহাৰ দাবী কৰিছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যোৱা নিশা দেশৰ প্ৰতিৰক্ষা প্ৰধানসকলক পাৰমাণৱিক প্ৰতিৰোধ বাহিনীক সতৰ্ক হ’বলৈ নিৰ্দেশ দিয়াৰ প্ৰায় পিছতে ইউক্ৰেইন আলোচনাৰ বাবে সন্মত হৈছিল।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি আৰু বেলাৰুছৰ নেতা আলেকজেণ্ডাৰ লুকাচেঙ্কোৰ মাজত হোৱা আলোচনাৰ পিছত বেলাৰুছ সীমান্তৰ চেৰনোবিল ক্ষেত্ৰৰ ওচৰত ৰাছিয়াৰ সৈতে আলোচনা কৰিবলৈ সন্মত হৈছিল।

উল্লেখ্য যে ইউক্ৰেইনে ইয়াৰ পূৰ্বে বেলাৰুছত আলোচনাত মিলিত হ’বলৈ অস্বীকাৰ কৰিছিল। আক্ৰমণৰ পূৰ্বে ৰাছিয়াৰ সৈন্য বাহিনী বেলাৰুছত ইউক্ৰেইন আক্ৰমণৰ বাবে সাজু কৰি ৰাখিছিল।

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd