• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি জনছন ইউক্ৰেইন ভ্ৰমণলৈ গৈছিল। তাৰপিছত তেওঁ ইয়ালটা ইউৰোপীয় কৌশল (YES) সন্মিলনত অংশগ্ৰহণ কৰিবলৈ কিয়েভৰ পৰা ৰে’লযোগে পোলেণ্ডলৈ গৈ আছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2026 9:02 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পৰা কথমপি নিজৰ জীৱন ৰক্ষা কৰিলে। তেওঁ এতিয়া নিৰাপদে আছে। বৰিছৰ লগতে ছুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কাৰ্ল বিল্ড, জাৰ্মান চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জৰ উপদেষ্টা গুণ্টাৰ ছাউটাৰকে ধৰি কেইবাজনো ইউৰোপীয় কূটনীতিবিদ আৰু নিৰাপত্তা উপদেষ্টা দেওবাৰে ইউক্ৰেইনৰ সীমান্তত কোনোমতে ৰক্ষা পৰে। এই আক্ৰমণৰ পিছতে ৰাছিয়াৰ বিৰুদ্ধে পোলেণ্ড আৰু ইউক্ৰেইন একেলগে সৰৱ হৈছে।

ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি জনছন ইউক্ৰেইন ভ্ৰমণলৈ গৈছিল। তাৰপিছত তেওঁ ইয়ালটা ইউৰোপীয় কৌশল (YES) সন্মিলনত অংশগ্ৰহণ কৰিবলৈ কিয়েভৰ পৰা ৰে’লযোগে পোলেণ্ডলৈ গৈ আছিল। ছুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কাৰ্ল বিল্ড আৰু জাৰ্মান চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জৰ উপদেষ্টা গুণ্টাৰ ছাউটাৰো সেই বিশেষ ৰে’লখনত আছিল। পোলেণ্ডৰ ড’ৰ’হাস্ক আৰু ইউক্ৰেইনৰ ইয়াহোডিন সীমান্তত হঠাতে ৰাছিয়াই ড্ৰ’ন আক্ৰমণ চলায়।

ইউক্ৰেইনৰ হাতত আগতীয়া সতৰ্কবাৰ্তা আহিছিল। লগে লগে ৰে’লখন ৰখাই দিয়া হয়। নিৰাপত্তাৰক্ষীয়ে দ্ৰুতগতিত উচ্চ পদস্থ প্ৰাক্তন ৰাষ্ট্ৰনেতা আৰু কূটনীতিবিদসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰে। কিছু সময়ৰ পাছত পৰিস্থিতি স্বাভাৱিক হৈ পৰে। ৰে’লখন আকৌ গন্তব্যস্থানলৈ ৰাওনা হয়। অৱশ্যে এই আক্ৰমণত ৰে’লখনৰ কোনো লোকৰ ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

Apply Now

আক্ৰমণৰ লগে লগে জনছনে ৰাছিয়াৰ বিৰুদ্ধে সৰৱ হয়। তেওঁ এই ঘটনাক ‘অৰ্থহীন’ বুলি অভিহিত কৰি ইউক্ৰেইনক অধিক অস্ত্ৰ-শস্ত্ৰ আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থা দিয়াৰ দাবী জনায়। ব্ৰিটিছ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ইউক্ৰেইনক সহায় কৰিবলৈ ৰাছিয়াৰ সম্পত্তি জব্দ কৰাৰ পোষকতাও কৰে। তেওঁ দাবী কৰে যে ইউক্ৰেইনক সহায় কৰিলে ৰাছিয়াৰ বিৰুদ্ধে এই যুদ্ধখন ক্ষিপ্ৰতাৰে শেষ হোৱাত সহায়ক হ’ব।

This wasn’t our train, but the one just minutes after us by the 🇵🇱 border crossing. It was evacuated as the 🇷🇺 drone approached and no one was hurt. Very good safety system. Our train just had an evacuation warning but could proceed to Dorohusk. The 🇷🇺 attacks against 🇺🇦 are…

— Carl Bildt (@carlbildt) September 13, 2026

এই ঘটনাৰ পিছত পোলেণ্ডৰ বৈদেশিক মন্ত্ৰী ৰাডোছলাভ ছিকোৰস্কিয়ে ৰাছিয়ালৈ আঙুলি টোৱায়। তেওঁ দাবী কৰে যে এনে পদক্ষেপে যুদ্ধ পৰিস্থিতি ক্ৰমান্বয়ে জটিল কৰি তুলিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমাইৰ জেলেনস্কিয়েও সৰৱ হৈ পৰে। তেওঁ কয় যে, “ৰাছিয়াৰ বাহিনীয়ে ইচ্ছাকৃতভাৱে ৰে’লখনক লক্ষ্য কৰি লৈছিল।” তেওঁ ৰাছিয়াই ইউক্ৰেইনৰ ৰে’ল আৰু শক্তি আন্তঃগাঁথনিৰ লগতে পশ্চিমৰ সাধাৰণ নাগৰিকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd