• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুটিনৰ ভাৰত ভ্ৰমণক লৈ আমেৰিকাৰ ক্ষোভৰ সম্ভাৱনা! মন্ত্ৰী জয়শংকৰৰ স্পষ্ট বাৰ্তা: “ভেটোৰ অধিকাৰ কাৰো নাই”

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2025 2:46 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ যিকোনো দেশৰ সৈতে ভাৰতে সুসম্পৰ্ক বজাই ৰাখিব পাৰে আৰু এই ক্ষেত্ৰত নতুন দিল্লীৰ কৌশলগত স্বাধীনতা আছে। আমেৰিকা বা আন কোনো দেশে ইয়াক ৰোধ কৰিব নোৱাৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ শেহতীয়া ভাৰত ভ্ৰমণৰ পিছতে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এই স্পষ্ট বাৰ্তা প্ৰদান কৰে।

বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে পুটিন ভাৰতত উপস্থিত হয় আৰু তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰে। প্ৰশাসনিক সূত্ৰ অনুসৰি, দুয়োখন ৰাষ্ট্ৰৰ মুৰব্বীয়ে দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত আলোচনা কৰে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা চলে।

Apply Now

শেহতীয়াকৈ ড‘নাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধকে ধৰি বিভিন্ন ঘটনাৰ বাবে ভাৰত-আমেৰিকাৰ সম্পৰ্ক কিছু অৱনতি ঘটিছে। এই পৰিৱেশত পুটিনৰ ভাৰত ভ্ৰমণে আমেৰিকাৰ সৈতে সম্পৰ্কৰ অধিক অৱনতি ঘটাবনে নাই, এই প্ৰশ্ন সংবাদ মাধ্যমৰ এক অনুষ্ঠানত জয়শংকৰক সোধা হৈছিল।

ইয়াৰ উত্তৰত বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ যিমানেই দেশৰ সৈতে ভাৰতে সুসম্পৰ্ক বজাই ৰাখে সিমানেই ভাল। ইয়াৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ভাৰতৰ স্থিতি অধিক শক্তিশালী হ‘ব। তেওঁৰ মতে, “ৰাছিয়া, চীন বা ইউৰোপীয় দেশৰ সৈতে সম্পৰ্ক কেতিয়াবা উন্নত হৈছে আৰু কেতিয়াবা অৱনতি ঘটিছে। কিন্তু ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক কেতিয়াও বেয়া হোৱা নাই। ভাৰতীয়ৰ ৰাছিয়াৰ প্ৰতি আকৰ্ষণ আছে।”

প্ৰসংগক্ৰমে, আমেৰিকাই দীৰ্ঘদিন ধৰি ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতে কম মূল্যত ৰাছিয়াৰ তেল ক্ৰয় কৰাত আপত্তি উত্থাপন কৰি আহিছে। এই বিষয়ৰ উদ্ধৃতি দি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পেও ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰু জৰিমনা আৰোপ কৰিছে, যাৰ বাবে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সৰ্বনিম্ন স্তৰত উপনীত হৈছে। এনে পৰিস্থিতিত, ৱাশ্বিংটনে ভাৰতে ৰাছিয়াৰ ওচৰলৈ যোৱাৰ প্ৰতি অনুকূল দৃষ্টি নিক্ষেপ নকৰে বুলি আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক পৰ্যবেক্ষকসকলে প্ৰকাশ কৰিছে।

অৱশ্যে, জয়শংকৰে কয় যে ভাৰতে আমেৰিকাৰ সৈতে বাণিজ্যিক আলোচনাও অব্যাহত ৰাখিছে। নতুন দিল্লীয়ে ইয়াত কোনো সুৰুঙা এৰি দিয়া নাই। কেৱল সেয়াই নহয়, বৈদেশিক মন্ত্ৰীয়ে ইংগিত দিছে যে আমেৰিকাৰ সৈতে অতি সোনকালে বাণিজ্যিক চুক্তি স্বাক্ষৰিত হ‘ব পাৰে। তেওঁৰ ভাষাত, “আমেৰিকাৰ সৈতে সম্পৰ্কত বাণিজ্যই আচল বিষয়। আমেৰিকাইও তেনেকৈয়ে ভাবে। দুয়োখন দেশ যাতে লাভান্বিত হয় তাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।”

কিন্তু এই সকলোবোৰৰ সমান্তৰালকৈ জয়শংকৰে এই কথাও স্পষ্ট কৰি দিছে যে ভাৰতে নিজৰ স্বাৰ্থ অক্ষুণ্ণ ৰাখিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd