• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫ জানুৱাৰিত গুৱাহাটীত সা ৰে গা মা পা লিটল চেম্পছৰ অ’ডিচন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 2, 2020 5:35 pm
Sa-Re-Ga-Ma-Pa-Lil-Champs-Season-7

চা ৰে গা মা পা লিটল চেম্প

571
VIEWS
Share on FacebookShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান কণ কণ শিশুসকলৰ দ্বাৰা আকৰ্ষণীয় প্ৰদৰ্শনেৰে জি টিভিৰ ৰিয়েলিটি টেলিভিছন শ্ব’ সা ৰে গা মা পাই দৰ্শকৰ মন জয় কৰাৰ পাছত ২০২০ বৰ্ষৰ শ্ব’ৰ বাবে আয়োজন আৰম্ভ কৰিচে জি টিভিয়ে।

বিগত বৰ্ষবোৰৰ দৰে পৰম্পৰা অক্ষুণ্ণ ৰাখি অতি কম বয়সতে শিশু কণ্ঠশিল্পীসকলক চিনাক্তকৰণেৰে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এখন উচিত মঞ্চ প্ৰদানৰ উদ্দেশ্যে শ্ব’টোৱে পুনৰবাৰ প্ৰতিভাৱান শিশুৰ সন্ধানৰ বাবে বিভিন্ন চহৰত অ’ডিচন আয়োজন কৰিছে।

সেই মৰ্মে ৫ জানুৱাৰিত খানাপাৰাৰ জয়ানগৰ, ত্ৰিপুৰা ৰোডত থকা পদ্মনাথ শৰ্মা ভৱনত গুৱাহাটীৰ অ’ডিচন অনুষ্ঠিত হ’ব।

কেৱল নাম পঞ্জীয়ন কৰা সকলেহে অ’ডিচনত অংশগ্ৰহণ কৰিব পাৰিব বুলি উদ্যোক্তা সকলে জনাইছে।

অ’ডিচনৰ বাবে নাম পঞ্জীয়ন কৰিবলৈ ৭৩০৪১৮-৯১৯৪, ৮৮২৮২৯০২৯১ নম্বৰত যোগাযোগ কৰক।

অ’ডিচনত অংশগ্ৰহণৰ বাবে শিশুৰ বয়স সৰ্বাধিক ১৫ বছৰ বুলি  নিৰ্বাচন কৰা হৈছে।

গুৱাহাটীৰ উপৰিও কোচি, ভুৱনেশ্বৰ, গোৱা, লক্ষ্ণৌ, বেংগালুৰু, চণ্ডীগড়, ইন্দোৰ, পাটনা, জয়পুৰ, নাগপুৰ, পুনে, আহমেদাবাদ, ক’লকাতা, দিল্লী আৰু মুম্বাইতো অ’ডিচন অনুষ্ঠিত হ’ব।

Recent News

‘উদয়পুৰ ফাইলছ’ মুক্তিত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়েঃ কিয় বিতৰ্কৰ মাজত সোমাই পৰিছে চিনেমাখন?

‘উদয়পুৰ ফাইলছ’ মুক্তিত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়েঃ কিয় বিতৰ্কৰ মাজত সোমাই পৰিছে চিনেমাখন?

‘আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়’- নাগৰিকত্ব সংশোধনী বিতৰ্ক সন্দৰ্ভত UIDAI-ৰ বিষয়াৰ মন্তব্য

‘আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়’- নাগৰিকত্ব সংশোধনী বিতৰ্ক সন্দৰ্ভত UIDAI-ৰ বিষয়াৰ মন্তব্য

ৰাজস্থানত বায়ুসেনাৰ জাগুয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটসহ ২ জন নিহত

ৰাজস্থানত বায়ুসেনাৰ জাগুয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটসহ ২ জন নিহত

ঘৈণীয়েকক লাঠিৰে কোবাই ভতিজাকৰ সৈতে বিয়া পাতি দিলে পত্নীৰ! ভাইৰেল ভিডিঅ’

ঘৈণীয়েকক লাঠিৰে কোবাই ভতিজাকৰ সৈতে বিয়া পাতি দিলে পত্নীৰ! ভাইৰেল ভিডিঅ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd