• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এতিয়াও অপ্ৰতিৰোধ্য! লাৰা বাহিনীক বিধ্বস্ত কৰি মাষ্টাৰ্ছ লীগত চেম্পিয়ন শচীনৰ টীম ইণ্ডিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2025 7:42 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াও সেই ক্ৰান্তিকাৰী প্ৰতিভা ম্লান পৰা নাই! দেওবাৰে আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছ লীগৰ ফাইনেলত শচীনৰ নেতৃত্বত ভাৰতে নিজৰ অনবদ্য প্ৰদৰ্শন দাঙি ধৰে।  শচীন, আম্বাতি ৰায়ুডু, যুৱৰাজৰ দমনীয় ইনিংছৰ বাবে প্ৰায় বিধ্বস্ত হৈ পৰিল ব্রায়ান লাৰা নেতৃত্বাধীন ৱেষ্ট ইণ্ডিজ। শচীনৰ টীম ইণ্ডিয়া মাষ্টাৰ্ছ লীগত চেম্পিয়ন হয়।

২০০৭ চনত লাৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ বিপৰীতে শচীনে ২০১২ চনত অৱসৰ গ্ৰহণ কৰে। তথাপিও এটা সময় আছিল যেতিয়া এই দুই তাৰকাৰ বেটিং চাবলৈ গোটেই বিশ্ব উন্মুখ হৈ ৰৈছিল। আলোচনা আৰু সমালোচনাৰ বাবে বাতৰি কাকতৰ কিমান পৃষ্ঠা খৰচ হৈছে তাৰ হিচাপ নাই।

Apply Now

দুটা দশকৰো অধিক সময়ৰ পাছত মাষ্টাৰ্ছ লীগৰ ফাইনেলত মুখামুখি হয় বিশ্ব চেম্পিয়ন শচীন টেণ্ডুলকাৰ আৰু ব্রায়ান লাৰা৷ ৱেষ্ট ইণ্ডিজে টছত জয়লাভ কৰি ২০ অভাৰৰ এই উত্তেজনাপূৰ্ণ মেচখনত প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয়। লাৰাৰ দলটোৱে ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১৪৮ ৰান সংগ্ৰহ কৰে।

লেণ্ডল ছিমনছ (৫৭) আৰু ড্ৱেইন স্মিথ (৪৫)ৰ বাহিৰে আন কোনোৱে ভাৰতীয় বলাৰৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে। ৬ বলত ৬ ৰান কৰি আউট হয় ব্রায়ান লাৰা। ভাৰতৰ বিনয় কুমাৰে ৩টা উইকেট দখল কৰে। শ্বাহবাজ নাদীমে ২টা, ষ্টুয়াৰ্ট বিন্নি আৰু পৱন নেগীয়ে এটাকৈ উইকেট দখল কৰে।

ৱেষ্ট ইণ্ডিজৰ ১৪৮ ৰানৰ প্ৰত্যুত্তৰত আম্বাতি ৰায়ুডু আৰু শচীনে বেটিং কৰিবলৈ নামে। ১৮টা বলত ২৫ ৰান সংগ্ৰহ কৰি অষ্টম অভাৰত বিষ্টৰ হাতত ধৰা পৰে মাষ্টাৰ ব্লাষ্টাৰ। তাৰ পাছত ৰায়ডুৰ বেটৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতে ১৭.১ অভাৰত ৬ টা উইকেট বাকী থকা অৱস্থাতে খেলখনত জয়ী হয়।

There it is!!! India Masters won the trophy by beating West Indies Masters in the final of IMLT20.#SachinTendulkar #IMLT20 #IMLT20Final pic.twitter.com/7akdnKbaAB

— Just Cricket 🇮🇳 (@forjustcricket) March 16, 2025

ৰায়ডুৱে ৫০টা বলত ৭৪ ৰান সংগ্ৰহ কৰি ১৫ নং অভাৰত আউট হৈছিল। তেতিয়ালৈকে অৱশ্যে মেচখনৰ ভাগ্য নিৰ্ণয় হৈ গৈছিল। বাকী কাম চম্ভালিছিল যুৱৰাজ সিং (১৩) আৰু ষ্টুয়াৰ্ট বিনি (১৬)য়ে। ইয়াৰ উপৰিও গুৰকিৰাট সিঙে ১২টা বলত ১৪ ৰান সংগ্ৰহ কৰে।

এচলে নাৰ্ছে ৱেষ্ট ইণ্ডিজৰ হৈ ২টা উইকেট দখল কৰে। ইয়াৰ উপৰিও চুলেইমান বেন আৰু টিনো বেষ্টে এটাকৈ উইকেট দখল কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am
‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am
২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am
‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd