DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজস্থানত উপ-মুখ্যমন্ত্ৰীৰ চকীৰ পৰা ওফৰিল বিসম্বাদী শচীন পাইলট

এন ই নাও নিউজ by এন ই নাও নিউজ
July 14, 2020 3:16 pm
sachin-pilot-.1.675348
656
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থানৰ ২০ মহীয়া কংগ্ৰেছ চৰকাৰ খনলৈ নামি আহিছে মহা সংকট। উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে বিসম্বাদ কৰি বহু কেইজন বিধায়কক হাত কৰি লোৱাৰ পিছতে অশোক গেহলট নেতৃত্বাধীন চৰকাৰ খনলৈ নামি অহিছে চৰম দুৰ্যোগ।

শচীন পাইলটে হাৰিয়ানাৰ হোটেলত কেবাজনো বিসম্বাদী বিধায়কক লৈ ভিডিঅ’ প্ৰচাৰ কৰাৰ সময়তে আজি কংগ্ৰেছ বিধায়নী দলৰ বৈঠকে শচীন পাইলটক উপ-মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

কেৱল সেয়াই নহয়, বিধায়নী দলৰ বৈঠকে শচীন পাইলটক ৰাজস্থান কংগ্ৰেছৰ সভাপতি  পদৰ পৰাও অপসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

শচীন পাইলটৰ ঠাইত  ৰাজস্থান কংগ্ৰেছৰ সভাপতি  পদত অধিস্থিত কৰা হৈছে গোবিন্দ সিং ডট্ৰাছাক।

কংগ্ৰেছৰ নেতা ৰণদ্বীপ সুৰজৱালাই এই সাল সলনিৰ কথা ৰাজহুৱা কৰিছে।

শচীন পাইলটে কংগ্ৰেছ চৰকাৰ খনলৈ সংকট নমাই আনি প্ৰায় ২২ জন বিধায়কক আঁতৰাই নিয়াৰ অভিযোগ উঠিছে।

২০০ জনীয়া ৰাজস্থান বিধান সভাত চৰকাৰ বচাই ৰাখিবলৈ প্ৰয়োজন ১০১ জন বিধায়কৰ সমৰ্থন।

পাইলটে ২২ জন বিধায়ক আতঁৰাই নিয়া বুলি চৰ্চা হোৱাৰ পিছতো আজি অশোক গেহলটে ৰাজ্যপালক সাক্ষাৎ কৰি আস্থা ভোটৰ সন্মুখীন হবলৈ সাজু বুলি ঘোষণা কৰে।

Recent News

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd