DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‎ হঠাৎ আৰক্ষী থানাত শচীন তেণ্ডুলকাৰ : কিন্তু কিয়?‎

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2023 4:43 pm
34.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে শনিবাৰে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাত উপস্থিত হৈ তেওঁৰ সন্মতি অবিহনে তেওঁৰ নাম, ফটো আৰু কণ্ঠ ব্যৱহাৰ কৰি প্ৰচাৰ কৰা ভুৱা বিজ্ঞাপনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

এটা মেডিচিন কোম্পানীৰ অনলাইন বিজ্ঞাপনত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ নাম, তেওঁৰ ফটো আৰু কণ্ঠ ব্যৱহাৰ কৰি কোম্পানীটোৰ ঔষধসমূহৰ প্ৰচাৰ চলোৱা হৈছে। শচীন তেণ্ডুলকাৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি গোচৰৰ তদন্ত আৰম্ভ কৰিছে।

শচীনে সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকা এখন ছবি শ্বেয়াৰ কৰি সংবাদ প্ৰতিষ্ঠান এএনআইয়ে লিখিছে, “প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে তেওঁৰ নাম, ফটো আৰু কণ্ঠক ইণ্টাৰনেটত ‘ভুৱা বিজ্ঞাপন’ত ব্যৱহাৰ কৰি মানুহক প্ৰতাৰণা কৰাৰ বাবে মুম্বাই ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰে। আইপিচিৰ ৪২৬, ৪৬৫ আৰু ৫০০ ধাৰাত অচিনাক্ত লোকৰ বিৰুদ্ধে মুম্বাই আৰক্ষী চাইবাৰ চেলে গোচৰ ৰুজু কৰে।”

ইয়াৰ পূৰ্বে শচীন তেণ্ডুলকাৰেও শচীন তেণ্ডুলকাৰ ফাউণ্ডেশ্যনৰ পৰিচালনা দলৰ জৰিয়তে এক বিবৃতি প্ৰকাশ কৰিছিল।

বিবৃতিটো শ্বেয়াৰ কৰি শচীন টেণ্ডুলকাৰে লিখিছে, “বিশ্বাসযোগ্য সামগ্ৰী অতি প্ৰয়োজনীয়। কিন্তু এইদৰে ভূৱা বিজ্ঞাপনেৰে বেয়া সামগ্ৰী বিক্ৰী কৰাটো ৰাইজৰ বাবে ক্ষতিকাৰক। আহক এটা সুস্থ অনলাইন পৰিৱেশন গঢ়ি তোলো।”

Recent News

ওদালগুৰিত একেটা কুঁৱাতে পৰি ২৪ ঘন্টাত মৃত্যুক সাৱটি ল’লে দুটাকৈ হাতী পোৱালীয়ে

ওদালগুৰিত একেটা কুঁৱাতে পৰি ২৪ ঘন্টাত মৃত্যুক সাৱটি ল’লে দুটাকৈ হাতী পোৱালীয়ে

শোষণৰ চূড়ান্ত পৰ্যায় : শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে মহানগৰ পৌৰ নিগমে

শোষণৰ চূড়ান্ত পৰ্যায় : শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে মহানগৰ পৌৰ নিগমে

আৰক্ষীৰ জালত বাইক চোৰৰ দল : AIUDF ৰ নেতা সহ গ্ৰেপ্তাৰ ৮ টাকৈ চোৰ

আৰক্ষীৰ জালত বাইক চোৰৰ দল : AIUDF ৰ নেতা সহ গ্ৰেপ্তাৰ ৮ টাকৈ চোৰ

বিয়াৰ পূৰ্বে কি কি জানি ল’ব লাগে? শ্বাহিদ কাপুৰে ক’লে নিজৰ অভিজ্ঞতাৰ কথা

বিয়াৰ পূৰ্বে কি কি জানি ল’ব লাগে? শ্বাহিদ কাপুৰে ক’লে নিজৰ অভিজ্ঞতাৰ কথা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd