DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠা সকলক প্লাজমা দান কৰিবলৈ আহ্বান শচীন টেণ্ডুলকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2020 9:49 am
Sachin-Tendulkar-
499
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সন্ত্রাসৰ বিৰুদ্ধে সমগ্র বিশ্বৰ লগতে ভাৰতেও যুঁজ চলাই আছে৷ এই ভাইৰাছবিধৰ ত্রাস ৰুধিবলৈ এইপর্যন্ত কোনো ভেকচিন অথবা ঔষধ ওলোৱা নাই৷

কিন্তু এই মহামাৰীৰ আক্রমণৰ পৰা সুস্থ হৈ উঠা লোকসকলে প্লাজমা থেৰাপিৰ জৰিয়তে আন আক্রান্তৰ জীৱন ৰক্ষা কৰিব পাৰে৷

সেয়ে এই ভাইৰাছৰ আক্রমণৰ পৰা সুস্থ হৈ উঠাসকলক প্লাজমা দান কৰিবলৈ আহ্বান জনাইছে ‍‘ক্রিকেটৰ ভগৱান’ শচীন টেণ্ডুলকাৰে৷

মুম্বাইৰ আন্ধেৰীৰ ছেভেন হিলছ চিকিৎসালয়ত ক’ৰ’নাত আক্রান্তৰ শুশ্রূষা কৰিবলৈ এক প্লাজমা থেৰাপি য়ুনিট মুকলি কৰি টেণ্ডুলকাৰে কয়, ‘ক’ৰ’না ভাইৰাছৰ মহামাৰী ৰূপৰ বাবে আমি সকলোৱে স্বাস্থ্যজনিত সংকটৰ সন্মুখীন হ’ব লগীয়া হৈছে’।

‍‘এই সংকটৰ সময়ত আমাৰ চিকিৎসক, নার্ছ, স্বাস্থ্য কর্মী, আৰক্ষী, চাফাই কৰ্মী আৰু চৰকাৰী কর্মচাৰীয়ে বিৰামহীনভাৱে ক’ৰ’না ভাইৰাছত আক্রান্তৰ সেৱাত নিয়োজিত কৰি ৰাখিছে’, বুলি কয় শচীনে।

তেওঁ লগতে কয় যে বিশ্বজুৰি এই ভাইৰাছৰ উপযুক্ত ভেকচিন আৰু চিকিৎসা পদ্ধতি আৱিষ্কাৰৰ বাবে গৱেষণা চলি আছে যদিও শেহতীয়াকৈ ক’ৰ’নাত গুৰুতৰভাৱে আক্রান্তসকলৰ চিকিৎসাৰ বাবে বিকল্প হৈ উঠিছে প্লাজমা থেৰাপি৷

ইআৰ উফৰি প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ক২ৰ’নাৰ পৰা সুস্থ হৈ উঠা লোকসকলক আনৰ বাবে তেজ দান কৰিব কৰিবলৈ কাতৰভাৱে অনুৰোধ তথা আহ্বান জনায়।

উল্লেখ্য যে মহাৰাষ্ট্ৰত ২ লাখৰো অধিক লোক আক্ৰান্ত হৈছে ক’ৰ’নাত।

Recent News

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

Kabaddi Player Accuses Coach Of Rape

দেশৰ ক্ৰীড়াক্ষেত্ৰত আন এক ‘মি টু’ অভিযোগ: প্ৰশিক্ষকৰ বিৰুদ্ধে ধৰ্ষণ আৰু ব্লেকমেইলিঙৰ অভিযোগ কাবাডী খেলুৱৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd