• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, February 20, 2019
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

টেণ্ডুলকাৰে মুকলি কৰিলে দীপা কৰ্মকাৰৰ আত্মজীৱনী

NE NOW NEWS এন ই নাও নিউজ
ত্ৰিপুৰা , January 23, 2019 4:52 pm

1 min read

dipa karmakar

দীপা কৰ্মকাৰ ফাইল ফটো

69
VIEWS
Share on FacebookShare on Twitter

ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে মঙলবাৰে মুম্বাইত ত্ৰিপুৰাৰ তাৰকা জিমনাষ্টিক দীপা কৰ্মকাৰৰ আত্মজীৱনী ‘দ্য স্মল ৱানডাৰ’ মুকলি কৰে।

দেশৰ বিশিষ্ট সাংবাদিক দিগবিজয় সিঙে ৰচনা কৰা আত্মজীৱনীখনত জিমনাষ্টিক গৰাকীৰ জীৱনৰ উত্থান-পতন খিনিক অতি সুন্দৰ ভাৱে উপস্থাপন কৰা হৈছে।

টেণ্ডুলকাৰে তাৰকা জিমনাষ্টিক গৰাকীৰ প্ৰসংগত কয় যে যি সকল যুৱ প্ৰজন্মই দেশৰ বাবে কিবা এটা কৰিব বিচাৰে, তেওঁলোকৰ বাবে দীপা কৰ্মকাৰ আদৰ্শস্বৰূপ।

২০১৬ ৰিঅ’ অলিম্পিকত চতুৰ্থ স্থান লাভ কৰা ২৫ বছৰীয়া জিমনাষ্টিক গৰাকীয়ে আগন্তুক টকিঅ’ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে মাৰ্চত অলিম্পিকৰ বাবে প্ৰস্তুতি খেলত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

Recent News

শিৱসাগৰৰ বিভিন্ন স্থানত আলি আয়ে লৃগাং পালন

শিৱসাগৰৰ বিভিন্ন স্থানত আলি আয়ে লৃগাং পালন

NORTHEASTUNITEDFCjpg

অন্তিম চাৰিত প্ৰৱেশৰ লক্ষ্যৰে আজি সৰুসজাইত পুনেৰ বিৰুদ্ধে যুঁজিব নৰ্থ-ইষ্ট য়ুনাইটেড

ডকমকাত ভয়ংকৰ দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

ডকমকাত ভয়ংকৰ দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

গোলাঘাটত অসমীয়া চাহ সমাৰোহৰ আয়োজন

গোলাঘাটত অসমীয়া চাহ সমাৰোহৰ আয়োজন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Available at

Follow Us

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd