• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰস্তুতি অবিহনেই নিউজিলেণ্ডৰ বিৰুদ্ধে ছিৰিজত নামিছিল ভাৰত? বিধ্বস্ত হোৱাৰ পিছতে প্ৰশ্ন শচীনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2024 8:33 am
207
VIEWS
Share on FacebookShare on Twitter

প্ৰস্তুতি অবিহনেই নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা খেলিবলৈ নামিছিল নেকি ভাৰত? হোৱাই ৱাশ্ব হোৱাৰ পিছতে প্ৰশ্ন উত্থাপন কৰিলে শচীন টেণ্ডুলকাৰে। ঘৰৰ মাটিত  ৩-০ ব্যৱধানত পৰাজয় হজম কৰাটো সহজ নহয় বুলি স্পষ্ট কৰি দিছে ক্ৰিকেটৰ ইশ্বৰে। এতিয়া সময় আহি পৰিছে, সমগ্ৰ ভাৰতীয় দলটোৱে আত্মসমালোচনা কৰিব লাগিব। অৱশ্যে মাষ্টাৰ ব্লাষ্টাৰে শুভমন গিল-ঋষভ পন্তক প্ৰশংসা কৰিবলৈও পাহৰা নাই।

মুম্বাইৰ বিশ্বকাপ জয়ৰ খেলপথাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে হোৱাইট ৱাশ্ব হৈছে টিম ইণ্ডিয়া। ২৪ বছৰৰ পাছত ঘৰৰ মাটিত বিধ্বস্ত হ’ববলগীয়া হৈছে ৰোহিত শৰ্মা বাহিনী। উল্লেখ্য যে ভাৰতে শেষবাৰৰ বাবে ঘৰুৰ মাটিত হোৱাইট ৱাশ্ব হোৱাৰ সময়ত শচীন আছিল মেন ইন ব্লুৰ অধিনায়ক। কিন্তু ২৪ বছৰৰ পাছতো তেওঁ ঘৰৰ মাটিত ভাৰতৰ দুৰ্দশা মানি ল’ব পৰা নাই। এক্স হেণ্ডেলত পোষ্ট দি হতাশা প্ৰকাশ কৰিছে ক্ৰিকেটৰ ইশ্বৰে।

ভাৰত পৰাজয়ৰ পিছত শচীনৰ প্ৰশ্ন, “ঘৰুৱা খেলপথাৰত ৩-০ ব্যৱধানত পৰাজয় হজম কৰাটো অতি কঠিন। আত্মসমালোচনা এইবাৰ কৰিবই লাগিব। কিন্তু ভাৰত কিয় এনেকৈ হাৰিব লগা হ’ল? পৰ্যাপ্ত প্ৰস্তুতি নাছিল নেকি? মেচ অনুশীলন কৰা নাছিল নেকি? নে বেটছমেনে বেয়া শ্বট খেলিয়েই উইকেট নিক্ষেপ কৰিলে? প্ৰশ্ন উত্থাপন কৰিব লাগিব।”

লগতে পঢ়কঃ Weight Loss Tips: কেতিয়াও এনেদৰে ওজন কমাবলৈ চেষ্টা নকৰিব! ভয়ানক হ’ব পাৰে ইয়াৰ ফল

অৱশ্যে শচীনে মুম্বাই টেষ্টত ঋষভ পন্তৰ দুৰ্দান্ত বেটিং আৰু শুভমন গিলৰ ক্ৰীজত টিকি থকাৰ প্ৰৱণতাক প্ৰশংসা কৰে। ৩-০ ব্যৱথানত জয়লাভ কৰাৰ পিছত নিউজিলেণ্ডক প্ৰশংসাও কৰিছে শচীনে।

শচীনৰ উপৰিও বীৰেন্দ্ৰ ছেহৱাগ আৰু যুৱৰাজ সিঙে ভাৰতীয় দলক সমালোচনা কৰিছে। ছেহৱাগৰ মতে, টেষ্ট ক্ৰিকেটত অপ্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন নাই। অষ্ট্ৰেলিয়াত ৰোহিত বাহিনী ডাঙৰ পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হ’ব, সেয়ে আত্মবিশ্বাস ঘূৰাই অনাটো প্ৰয়োজনীয় বুলিও বাৰ্তা দিছে যুৱৰাজে।

Recent News

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd