• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰস্তুতি অবিহনেই নিউজিলেণ্ডৰ বিৰুদ্ধে ছিৰিজত নামিছিল ভাৰত? বিধ্বস্ত হোৱাৰ পিছতে প্ৰশ্ন শচীনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2024 8:33 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰস্তুতি অবিহনেই নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা খেলিবলৈ নামিছিল নেকি ভাৰত? হোৱাই ৱাশ্ব হোৱাৰ পিছতে প্ৰশ্ন উত্থাপন কৰিলে শচীন টেণ্ডুলকাৰে। ঘৰৰ মাটিত  ৩-০ ব্যৱধানত পৰাজয় হজম কৰাটো সহজ নহয় বুলি স্পষ্ট কৰি দিছে ক্ৰিকেটৰ ইশ্বৰে। এতিয়া সময় আহি পৰিছে, সমগ্ৰ ভাৰতীয় দলটোৱে আত্মসমালোচনা কৰিব লাগিব। অৱশ্যে মাষ্টাৰ ব্লাষ্টাৰে শুভমন গিল-ঋষভ পন্তক প্ৰশংসা কৰিবলৈও পাহৰা নাই।

মুম্বাইৰ বিশ্বকাপ জয়ৰ খেলপথাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে হোৱাইট ৱাশ্ব হৈছে টিম ইণ্ডিয়া। ২৪ বছৰৰ পাছত ঘৰৰ মাটিত বিধ্বস্ত হ’ববলগীয়া হৈছে ৰোহিত শৰ্মা বাহিনী। উল্লেখ্য যে ভাৰতে শেষবাৰৰ বাবে ঘৰুৰ মাটিত হোৱাইট ৱাশ্ব হোৱাৰ সময়ত শচীন আছিল মেন ইন ব্লুৰ অধিনায়ক। কিন্তু ২৪ বছৰৰ পাছতো তেওঁ ঘৰৰ মাটিত ভাৰতৰ দুৰ্দশা মানি ল’ব পৰা নাই। এক্স হেণ্ডেলত পোষ্ট দি হতাশা প্ৰকাশ কৰিছে ক্ৰিকেটৰ ইশ্বৰে।

ভাৰত পৰাজয়ৰ পিছত শচীনৰ প্ৰশ্ন, “ঘৰুৱা খেলপথাৰত ৩-০ ব্যৱধানত পৰাজয় হজম কৰাটো অতি কঠিন। আত্মসমালোচনা এইবাৰ কৰিবই লাগিব। কিন্তু ভাৰত কিয় এনেকৈ হাৰিব লগা হ’ল? পৰ্যাপ্ত প্ৰস্তুতি নাছিল নেকি? মেচ অনুশীলন কৰা নাছিল নেকি? নে বেটছমেনে বেয়া শ্বট খেলিয়েই উইকেট নিক্ষেপ কৰিলে? প্ৰশ্ন উত্থাপন কৰিব লাগিব।”

Apply Now

লগতে পঢ়কঃ Weight Loss Tips: কেতিয়াও এনেদৰে ওজন কমাবলৈ চেষ্টা নকৰিব! ভয়ানক হ’ব পাৰে ইয়াৰ ফল

অৱশ্যে শচীনে মুম্বাই টেষ্টত ঋষভ পন্তৰ দুৰ্দান্ত বেটিং আৰু শুভমন গিলৰ ক্ৰীজত টিকি থকাৰ প্ৰৱণতাক প্ৰশংসা কৰে। ৩-০ ব্যৱথানত জয়লাভ কৰাৰ পিছত নিউজিলেণ্ডক প্ৰশংসাও কৰিছে শচীনে।

শচীনৰ উপৰিও বীৰেন্দ্ৰ ছেহৱাগ আৰু যুৱৰাজ সিঙে ভাৰতীয় দলক সমালোচনা কৰিছে। ছেহৱাগৰ মতে, টেষ্ট ক্ৰিকেটত অপ্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন নাই। অষ্ট্ৰেলিয়াত ৰোহিত বাহিনী ডাঙৰ পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হ’ব, সেয়ে আত্মবিশ্বাস ঘূৰাই অনাটো প্ৰয়োজনীয় বুলিও বাৰ্তা দিছে যুৱৰাজে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd