DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১০ হাজাৰ টকাৰ বণ্ডত জামিন লাভ কৰিলে কা আন্দোলনৰ নেত্ৰী অন্তঃসত্ত্বা সফুৰা জাৰগাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2020 12:51 pm
Safoora-Zargar-10

ফাইল ফ'টো

3.4k
VIEWS
Share on FacebookShare on Twitter

অৱশেষত জামিন লাভ কৰিলে কা বিৰোধী আন্দোলনৰ নেত্ৰী তথা জামিয়া ইছলামিয়াৰ গৱেষক ছাত্ৰী সফুৰা জাৰগাৰে।

‘মানৱীয় কাৰণ’ত সফুৰাই জামিন লাভত কৰাত আপত্তি নাই বুলি দিল্লী আৰক্ষীৰ অধিবক্তা তুষাৰ মেহতাই জনোৱাৰ পিছতে দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে সফুৰাৰ জামিন মঞ্জুৰ কৰে।

১০ হাজাৰ টকাৰ বণ্ডত জামিন লাভ কৰিলেও সফুৰাই ৰাজধানী দিল্লীৰ বাহিৰলৈ যাব নোৱাৰিব বুলি নিৰ্দেশ দিছে ন্যায়াধীশ ৰাজীৱ শকধৰে।

দিল্লীৰ বাহিৰলৈ যাবলৈ হ’লে সফুৰাই সংশ্লিষ্ট আদালতৰ অনুমতি ল’ব লাগিব বুলিও নিৰ্দেশ ন্যায়াধীশৰ।

উল্লেখ্য যে, কা বিৰোধী আন্দোলনৰ নেত্ৰী সফুৰাক যোৱা ১০ এপ্ৰিলত দিল্লী আৰক্ষীৰ বিশেষ শাখাই উত্তৰ পূৱ দিল্লীৰ কা বিৰোধী আন্দোলনৰ সময়ত হিংসাত্মক ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

তিহাৰ কাৰাগাৰত বন্দী হৈ থকা অন্তঃসত্ত্বা সফুৰাই তিনিবাৰকৈ জামিন বিচাৰি আবেদন কৰিছিল যদিও আদালতে সেইসমূহ আবেদন খাৰিজ কৰিছিল।

ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে অন্তঃসত্ত্বা হ’লেও সফুৰাক জামিন লাভত বাধা প্ৰদান কৰি আহিছিল।

দিল্লী আৰক্ষীৰ মতে তিহাৰ জেইলত বিগত ১০ বছৰত ৩৯ গৰাকী কয়দীয়ে সন্তান জন্ম দিছে।

সেয়ে অন্তঃসত্ত্বা হ’লেও সফুৰাক জামিন দিয়া উচিত নহয় বুলি আদালতে যুক্তি দি আহিছিল দিল্লী আৰক্ষীয়ে।

দিল্লী উচ্চ ন্যায়ালয়ে সফুৰাক ১৫ দিনৰ অন্তৰে অন্তৰে তদন্তকাৰী বিষয়াৰ সৈতে ফোনত যোগাযোগ ৰক্ষা কৰি চলিব লাগিব বুলি নিৰ্দেশ দিছে।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd