• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শচীনে পাঁচটা ত্ৰিশতক আৰু দহটা অধিক দ্বিশতক অৰ্জন কৰিব লাগিছিল : কপিল দেৱ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 29, 2020 1:41 pm

1 min read

শচীনে পাঁচটা ত্ৰিশতক আৰু দহটা অধিক দ্বিশতক অৰ্জন কৰিব লাগিছিল : কপিল দেৱ
2.1k
VIEWS
Share on FacebookShare on Twitter

১৯৮৩ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কপিল দেৱে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন টেণ্ডুলকাৰে কেনেদৰে শতকক দ্বিশতক আৰু ত্ৰিশতকলৈ ৰূপান্তৰ কৰিব লাগে সেয়া নাজানিছিল বুলি মন্তব্য কৰে।

”শচীনে কেনেদৰে শতকক দ্বিশতক আৰু ত্ৰিশতকলৈ ৰূপান্তৰ কৰিব লাগে সেয়া নাজিনিছিল। শচীনে পাঁচটা ত্ৰিশতৰাণ আৰু দহটা অধিক দ্বিশতক অৰ্জন কৰিব লাগিছিল,” কপিল দেৱে কয়।

বেগী বলাৰ আৰু স্পীনাৰক সমান দক্ষতাৰে খেলিব পৰা আৰু অভাৰত এটাকৈ হলেও বাউণ্ডেৰী কোবাব পৰা সক্ষমতাৰ বাবেই শচীনে পাঁচটা ত্ৰিশতৰাণ আৰু অধিক দ্বিশতক অৰ্জন কৰিব লাগিছিল বুলি কয়।

উল্লেখযোগ্য যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতত প্ৰথম গৰাকী বেটছমেন হিচাপে শতৰাণৰ শতক অৰ্জন কৰা শচীন টেণ্ডুলকাৰৰ কেৰিয়াৰত এটাও ত্ৰিশতকীয় ইনিংছ নায়।

কলিপ দেৱ ১৯৮৩ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক থকাৰ বিপৰীতে শচীন টেণ্ডুলকাৰ ২০১১ বিশ্বকাপ বিজয়ী ক্ৰিকেট দলৰ সদস্য আছিল।

 

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd