DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাৰ্থপ্ৰতিম হাজৰিকালৈ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2019 11:27 am
Parthapratim Hazarika

ইন্টাৰনেটৰ পৰা সংগৃহীত

611
VIEWS
Share on FacebookShare on Twitter

২০১৮ বৰ্ষৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা আগবঢ়োৱা হৈছে অনুবাদক পাৰ্থপ্ৰতিম হাজৰিকালৈ। সোমবাৰে সাহিত্য অকাডেমিৰ সভাপতি ড০ চন্দ্ৰশেখৰ কাম্বাৰৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকৰ পাছতে এই কথা ঘোষণা কৰা হয়।

মামণি ৰয়ছম গোস্বামীৰ ইংৰাজী গ্ৰন্থ ৰামায়ণা ফ্ৰম গংগা টু ব্ৰহ্মপুত্ৰ (Ramayana from Ganga to Brahma) অসমীয়ালৈ ৰামায়ণ, গংগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ শীৰ্ষক নামেৰে পাৰ্থপ্ৰতিম হাজৰিকাই অনুবাদ কৰিছে। এই গ্ৰন্থখন ২০১৫ চনত প্ৰকাশ পাইছিল।

অনুবাদক তথা ইংৰাজী দৈনিক বাতৰি কাকত ‘দা আছাম ট্ৰিবিয়ুনৰ’ সহকাৰী সম্পাদক হিচাপে কৰ্মৰত পাৰ্থপ্ৰতিম হাজৰিকাই গ্ৰন্থখন সন্দৰ্ভত কয় যে ৰামায়ণী সাহিত্যৰ গৱেষক এগৰাকীৰ গৱেষণামূলক গ্ৰন্থ ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰাটো বৰ সহজ কাম নাছিল।

উল্লেখ্য যে ১৯৬০-৭০ৰ সময়ছোৱাতে মামণি ৰয়ছম গোস্বামীয়ে লিখি উলিয়াইছিল এই গ্ৰন্থখন। অসমীয়া সপ্তকাণ্ড ৰামায়ণ আৰু গোস্বামী তুলসীদাসৰ অসমৰ কীৰ্তি ৰামচৰিত মানসৰ বিস্তৃত তুলনামূলক অধ্যয়নেই হৈছে মামণি ৰয়ছম গোস্বামীৰ এই গ্ৰন্থখন।

ইফালে বড়ো ভাষাত অনুবাদ অকাডেমি বঁটা লাভ কৰিছে নবীন ব্ৰহ্মই। তেওঁ ৰবীন্দ্ৰ নাথ ঠাকুৰৰ বাংলা উপন্যাস চ’খেৰ বালি বড়ো ভাষালৈ অনুবাদ কৰি এই বঁটা লাভ কৰে। ইয়াৰ উপৰি সংস্কৃত ভাষাতো অসমৰ দীপক কুমাৰ শৰ্মাই সাহিত্য অকাডেমি বঁটা লাভ কৰা বুলি জানিব পৰা গৈছে।

Recent News

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd