• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ২০২২ বৰ্ষৰ সাহিত্য অকাডেমি যুৱ বঁটা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2022 3:10 pm
Sahitya Akademi Yuva Puraskar Pradyuman Kumar Gogoi
398
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষণা কৰা হৈছে ২০২২ বৰ্ষৰ সাহিত্য অকাডেমিৰ বঁটা বিজয়ীৰ নাম। এই বৰ্ষৰ সাহিত্য অকাডেমিৰ সন্মানীয় যুৱ বঁটা লাভ কৰিছে প্ৰতিশ্ৰুতিসম্পন্ন উদীয়মান গল্পকাৰ প্ৰদ্যুম্ন কুমাৰ গগৈয়ে।

গগৈয়ে তেওঁৰ প্ৰথম গল্প সংকলন চকী আৰু অন্যান্য গল্পৰ বাবে সাহিত্য অকাডেমিৰ সন্মানীয় যুৱ বঁটা লাভ কৰিছে।

উল্লেখ্য যে একেখনি গ্ৰন্থৰ বাবে প্ৰদ্যুম্ন কুমাৰ গগৈয়ে ২০২১ বৰ্ষত মুনীন বৰকটকী স্মাৰক ন্যাসে প্ৰদান কৰা মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰিছিল।

প্ৰতিভাৱান প্ৰদ্যুম্ন কুমাৰ গগৈ এগৰাকী অনুবাদকো। তেওঁ অসমত অনুবাদৰ এক নতুন ধাৰাৰ সৃষ্টি কৰিছে। বিশেষকৈ বিশ্বৰ প্ৰতিষ্ঠিত প’প তাৰকা আৰু ৰকষ্টাৰসকলৰ বিশ্ববিখ্যাত গানসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰি আহিছে।

গগৈক বিশ্ব বিখ্যাত প’প আৰু ৰক গানসমূহ অসমীয়ালৈ অনুবাদ কৰা বাটকটীয়া বুলিও ক’ব পাৰি।

২০১৮ চনত ইমাজিন নামেৰে গগৈয়ে ইংৰাজীৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰা বহু বিশ্ববিখ্যাত গানৰ এক সংকলন প্ৰকাশ কৰিছিল।

বিশ্ব সাহিত্যৰে অতি ঘণিষ্ঠ সম্পৰ্ক ৰক্ষা কৰা গগৈ যথেষ্ট অধ্যয়নপুষ্ট চলচ্চিত্ৰৰসিকৰ লগতে চিত্ৰ সমালোচকো।

সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰা প্ৰতিভাৱান গল্পকাৰ নৰ্থইষ্ট নাওত সাংবাদিকৰূপে কৰ্মৰত প্ৰদ্যুম্ন কুমাৰ গগৈলৈ নৰ্থইষ্ট নাওৰ পৰিয়ালৰ পৰা অভিনন্দন জ্ঞাপন কৰিলো।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd