• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৰ্ভৱতী কৰিণা কাপুৰৰ ঘৰৰ গেটত পাপাৰাৎজীৰ গোপন কেমেৰা! বন্দী হ’ল ভিডিঅ’,তাৰপিছত…

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 10, 2020 5:23 pm

2 min read

a saif_ali_khan_shocked
84.2k
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ চৰ্চিত অভিনেত্ৰী কৰিণা কাপুৰ পুনৰ মাক হবলৈ ওলাইছে।

এই খবৰ বিয়পি পৰাৰ পিছৰে পৰা লোকৰ ঘৰৰ ভিতৰুৱা  কথা খুচৰি ফুৰা পাপাৰাৎজীসকল ব্যস্ত হৈ পৰিছে ছাইফ-কৰিণাৰ শেহতীয়া ছবি সংগ্ৰহৰ প্ৰতিযোগিতাত।

এনেয়ে কেমেৰাৰ সন্মুখলৈ আহিবলৈ মুঠেও বেয়া নাপায় কৰিণা আৰু ছাইফ আলি খানে। কিন্তু গৰ্ভৱতী হোৱাৰ পিছত কৰিণা পৰাপক্ষত সাংবাদিকৰ কেমেৰাৰ সন্মুখলৈ আহিবলৈ বিশেষ ইচ্ছা কৰা নাই।

সেয়ে ছাইফ-কৰিণাৰ বিভিন্ন মুহূৰ্তৰ ছবি কেমেৰাত বন্দী কৰিবলৈ পাপাৰাৎজীসকলে কৰিণা কাপুৰৰ ঘৰৰ গেটতে লগাই থলে গোপন কেমেৰা।

বুধবাৰে বাহিৰৰ পৰা ঘূৰি-পকি আহি ঘৰৰ গেট খুলিবলৈ গৈ ছাইফে মন কৰিলে যে তেওঁলোকৰ ঘৰৰ গেটৰ এঠাইত গোপন কেমেৰা লগাই থোৱা হৈছে।

 

View this post on Instagram

 

A post shared by Bollywood Pap (@bollywoodpap)

খঙত টিঙিৰি তুলা হৈ পৰা ছাইফে লগে লগে ঘৰৰ ভিতৰলৈ সোমাই যায়।লগে লগে গেটৰ পৰা গোপন কেমেৰা আঁতৰাই পেলোৱাৰ ব্যৱস্থা কৰা হয় যদিও ইতিমধ্যে পাপাৰাৎজীয়ে কেমৰোত বন্দী দৃশ্য সংগ্ৰহ কৰি লবলৈ সক্ষম হয়।।

পাপাৰাৎজীৰ হাতৰ পৰা ৰেহাই নাপালে কৰিণাই।

গোপন কেমেৰাত  পাপাৰাৎজীয়ে কৰিণাৰ গাড়ীৰ পৰা নামি অহা ভিডিঅ’ সংগ্ৰহ কৰি সেয়া ভাইৰেল কৰিছে।ইমানৰ পিছতো অৱশ্যে কোনো খং কৰা নাই কৰিণাই।

পাপাৰাৎজীয়ে গোপনে ভিডিঅ’ সংগ্ৰহ কৰাৰ কথা জানিও কৰিণাই হাত জোকাৰি সম্ভাষণ জনোৱাহে দেখা গৈছে। ইয়াৰ বিপৰীতে বিষয়টোকলৈ তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে ছাইফে।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd