• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ আমৰণ অনশন কাৰ্যসূচী প্ৰত্যাহাৰ

NE NOW NEWS এন ই নাও নিউজ
লখিমপুৰ , February 17, 2019 12:46 pm

1 min read

Lakhimpur- Teachers hunger strike

প্ৰতিনিধিত্বমূলক ফটো

120
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই যোৱা ১৫ ফেব্ৰুৱাৰিৰ পৰা লখিমপুৰৰ ত্যাগক্ষেত্ৰত আৰম্ভ কৰা আমৰণ অনশন কাৰ্যসূচী ১৬ ফেব্ৰুৱাৰিৰ সন্ধিয়া প্ৰায় ৭ বজাত প্ৰত্যাহাৰ কৰে।

অনশনস্থলীত ৰাজ্যিক শিক্ষা মন্ত্ৰী পল্লৱলচন দাস উপস্থিত হৈ বেতনবঞ্চিত শিক্ষকসকলৰ সমস্যা শীঘ্ৰে সমাধান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাত সংগঠনটোৱে তেওঁলোকৰ অশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।

উল্লেখযোগ্য যে শিক্ষা মন্ত্ৰীৰ লগত যোৱা বছৰৰ ৭ ছেপ্টেম্বৰত শিক্ষক সন্থাৰে অনুষ্ঠিত আলোচনাত শিক্ষা মন্ত্ৰী গৰাকীয়ে দুমাহৰ ভিতৰত শিক্ষকসকলৰ পদ নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বৰ্তমানলৈকে শিক্ষকসকলৰ পদ নিয়মীয়াকৰণ নকৰিলে যাৰ ফলত ১৫ ফেব্ৰুৱাৰিৰ পৰা তেওঁলোকে আমৰণ অনশন কাৰ্যসূচী হাতত লৈছিল।

এই অনশন কাৰ্যসূচীত লখিমপুৰ, ধেমাজি, জোনাই, মাজুলী, শিৱসাগৰ, নলবাৰী আদিৰ শতাধিক শিক্ষকে অংশ গ্ৰহণ কৰে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd