DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ গুলীত নিহত জৌংছাৰ মুছাহাৰীৰ গাঁৱত উত্তেজনা; আৰক্ষীৰ বাধা নেওচি মৃতদেহ লৈ সমদল যাত্ৰা

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
September 19, 2021 3:14 pm
kokrajhar protest final

ফটো: নৰ্থইষ্ট নাও।

293
VIEWS
Share on FacebookShare on Twitter

যোৱা শনিবাৰে পুৱতি নিশা ইউ এল বিৰ সক্ৰিয় সদস্য বুলি আৰক্ষীৰ গুলীত নিহত হোৱা জৌংছাৰ মুছাহাৰীৰ মৃতদেহ বাহগৃহলৈ আহিল।

কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰী আৰক্ষী থানাৰ অন্তৰ্গত শালগুৰীত চেপা উত্তেজনাৰ মাজতে জৌংছাৰ মুছাহাৰীৰ মৃতদেহ লৈ সমদল উলিয়ালে গাঁৱৰ ৰাইজে।

জৌংছাৰ মুছাহাৰীৰ বাহগৃহৰ পৰা পিতৃয়ে কান্ধত লৈ উলিওৱা সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল যদিও ক্ষোভিত ৰাইজে নামানিলে। আৰক্ষীও হাৰ মানি সমদল যাত্ৰা কৰিবলৈ দিব লগা হ’ল।

অসম পুলিচ গ’ বেক, অসম পুলিচ মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল হৈ পৰে শালগুৰী। জৌংছাৰ মুছাহাৰী বাহগৃহৰ পৰা আৰম্ভ হোৱা সমদল যাত্ৰা শালগুৰী গাঁৱৰ পথেৰে গৈ বাহগৃহলৈ উভতি আহে সমদল যাত্ৰা।

কাণ্ডত নিজৰ পুত্ৰৰ মৃতদেহ লৈ সমদল যাত্ৰাৰ পৰা পিতৃয়ে দাবী কৰিলে এই হত্যাকাণ্ডৰ ন্যায় লাগিবই। কাৰণ চেৰফাংগুৰী থানাত শুকুৰবাৰে সন্ধিয়া লগ কৰি অহা পুত্ৰক আৰক্ষীয়ে ভুৱা সংঘৰ্ষ কৰি অন্যায়ভাৱে হত্যা কৰিছে।

আনহাতে, গাঁৱৰ ৰাইজে ক্ষোভিত হৈ ক’লে জৌংছাৰ মুছাহাৰীৰ পোন্ধৰ দিনীয়া কেচুৱাৰ ভৱিষ্যৎ এতিয়া কি হব? তেওঁৰ পৰিয়াল কোনে চাব ? দিনে দিনে গাঁৱৰ নিৰ্দোষী বড়ো যুৱকক উগ্ৰপন্থী সজাই কিমান হত্যা কৰিব ?

আনহাতে, জৌংছাৰ মুছাহাৰীৰ বাহগৃহত উপস্থিত হৈ বডোলেণ্ড ছাত্র সন্থাৰ সাধাৰণ সম্পাদক বঞ্জিৎ মঞ্জিল বসুমতাৰী, প্ৰাক্তন সাংসদ চানছুমা খুংগুৰ  বিছমুটিয়াৰীয়ে এই ঘটনা দুৰ্ভাগ্যজনক আখ্যা দি উচ্চতম ন্যায়ালয় আৰু মানৱ অধিকাৰ আয়োগৰ হস্তক্ষেপৰ দাবী জনায়।

Recent News

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Sikkim

প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলি: ছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd