• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সুখবৰ! উদ্ভাৱন হ’ল ক’ভিড টেষ্টৰ অতি সহজ নতুন পদ্ধতি, তিনি ঘণ্টাতে পোৱা যাব ৰিপৰ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2021 6:23 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেলাইনৰ দ্বাৰা আৰু সহজেই কৰিব পৰা যাব ক’ভিড টেষ্ট।

বৰ্তমান যি আৰটি-পিচিআৰ পদ্ধতিৰে ক’ভিড টেষ্ট হৈ আছে, তাৰ তুলনাত নতুন উদ্ভাৱিত এই পদ্ধতি অতি সহজ।

Apply Now

কোনো প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ প্ৰয়োজন নহ’ব ইয়াত।

বৰ্তমান পদ্ধতিত নাক আৰু ডিঙিৰ পৰা নমুনা সংগ্ৰহৰ সময়ত অনেকৰ সমস্যা হয়।

নতুন পদ্ধতিতে ইয়াৰ প্ৰয়োজনেই নাই।

কুলকুল কৰা চেলাইনৰ পানীৰ পৰাই তিনি ঘণ্টাৰ ভিতৰত ক’ভিড ৰিপ’ৰ্ট পোৱা সম্ভৱ হৈ উঠিব।

এই নতুন পদ্ধতিৰ উদ্ভাৱক নাগপুৰৰ ‘এনভায়ৰণ্টমেণ্টেল ইঞ্জিনিয়াৰিং ৰিচাৰ্চ ইনষ্টিউট’ৰ বিজ্ঞানী কৃষ্ণ খৈৰনাৰৰ নেতৃত্বাধীন বিজ্ঞানীসকল।

নতুন পদ্ধতিটোক অনুমোদনো প্ৰদান কৰিছে আইচিএমআৰে।

#IndiaFightsCorona

📍Saline Gargle RT-PCR Method

➡️Innovative Patient-Friendly Saline Gargle RT-PCR Testing Method, developed by NEERI Nagpur

☑️Saline Gargle, No Swab, Simple, Fast, Economical

☑️Get Result within 3 Hours, Suitable for Rural and Tribal Areas

1/3 pic.twitter.com/IxwpYTJtoI

— #IndiaFightsCorona (@COVIDNewsByMIB) May 28, 2021

নতুন পদ্ধতিটোত কিধৰণে ক’ভিড টেষ্ট কৰা হ’ব, সেই বিষয়টো লৈ এটা টুইটাৰত এটা ভিডিঅ’ প’ষ্ট কৰে খৈৰনাৰে।

তেওঁ জনায় যে এই পদ্ধতিটোত যিকোনো লোকেই নমুনা সংগ্ৰহ কৰিব পাৰে।

এটা টিউবৰ ভিতৰত ৰখা হ’ব চেলাইনৰ পানী।

সেই পানী মুখলে নি ১৫ চেকেণ্ড ধৰি ডিঙিলৈ নি কুলকুল (gurgle) কৰিব লাগিব।

তাৰপাছত পানীখিনি টিউবটোত পেলাই দিব লাগিব।

এয়াই নমুনা সংগ্ৰহৰ পদ্ধতি।

নমুনাখিনি এইবাৰ লেবলৈ নি আন এটা বাফাৰ চলিউচনৰ স’তে মিহলাই ঘৰৰ তাপমাত্ৰাত আধা ঘণ্টা সময়ত থৈ দিব লাগিব।

তাৰ পাছত সেই তৰল নমুনাটো ৯৮ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত ৬ মিনিট ধৰি উতলালেই তাৰ পৰা আৰএনএ পোৱা যাব।

তাৰ পৰা সহজেই জানিব পৰা যাব, সংশ্লিষ্ট লোকজন ক’ভিড আক্ৰান্ত হয় নে নহয়।

নতুন এই পদ্ধতিত খুব সহজেই কম সময়ে ক’ভিড টেষ্ট সম্ভৱ বুলি খৈৰনাৰে জনাইছে।

বিশেষকৈ পিচপৰা অঞ্চলসমূহত এই পদ্ধতিটো প্ৰয়োগ কৰাত সুফল লাভ কৰিব বুলি তেওঁ কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd