• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অভিনেতা ছলমান খানৰ ঘৰত আৰক্ষীৰ অপৰাধ শাখাৰ অভিযান; জামিনৰ পিছৰ পৰা পলাতক অৱস্থাত আছিল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 11, 2019 9:40 am

1 min read

অভিনেতা ছলমান খানৰ ঘৰত আৰক্ষীৰ অপৰাধ শাখাৰ অভিযান; জামিনৰ পিছৰ পৰা পলাতক অৱস্থাত আছিল
22.2k
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ জনপ্ৰিয় অভিনেতা তথা দাবাং ষ্টাৰ ছলমান খানৰ মুম্বাইস্থিত বাসগৃহত ১০ অক্টোবৰত ক্ৰাইম ব্ৰান্সে এক অভিযান চলাই।

আৰক্ষী বিষয়াই জনোৱা অনুসৰি অপৰাধ শাখাৰ য়ুনিট ৪ এ অভিনেতা ছলমান খানৰ বাসগৃহত অভিযান চলাই সিদ্ধেশ্বৰ ৰাণা (৬২) নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সিদ্ধেশ্বৰ বিগত ২০ বছৰ ধৰি ছলমানৰ বাসগৃহ চোৱা-চিতা কামত নিয়োজিত হৈ আছিল। আৰু এই সিদ্ধেশ্বৰ হ’ল মুম্বাই আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড লিষ্টৰ এজন।

এই সিদ্ধেশ্বৰৰ বিৰুদ্ধে চোৰ আৰু মাৰপিটৰ কেইবাটাও গোচৰ ৰুজু আছিল। ১৯৯০ চনতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সিদ্ধেশ্বৰক। আৰু ইয়াৰ পিছত জামিনত মুকলি হোৱাৰ পিছৰে পৰা সিদ্ধেশ্বৰ আদালতত উপস্থিত হোৱা নাছিল আৰু পলাতক অৱস্থাত আছিল।

ফলত আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত সিদ্ধেশ্বৰ অভিনেতা ছলমান খানৰ ঘৰত কাম কৰি থকা বুলি জানিব পাৰি অভিযান চলাই সিদ্ধেশ্বৰক গ্ৰেপ্তাৰ কৰে।

Recent News

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

Goat-kid

এইবিধ জন্তুই চাঞ্চল্যৰ সৃষ্টি কৰিলে দেশৰ এখন ৰাজ্যত ,কি জন্তু এয়া?

IMG-20210126-WA0031

বঙাইগাঁৱত পেঞ্চনপ্ৰাপ্ত মুক্তিযুঁজাৰু মহম্মদ আলী সৰকাৰৰ পত্নীৰ মৃত্যু : অঞ্চলজুৰি শোকৰ ছাঁ

bhaba

অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd