• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুম্বাইত ২৮ জুনৰ পৰা খুলিব চেলুন আৰু বিউটি পাৰ্লাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 26, 2020 1:34 pm

1 min read

মুম্বাইত ২৮ জুনৰ পৰা খুলিব চেলুন আৰু বিউটি পাৰ্লাৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.1k
VIEWS
Share on FacebookShare on Twitter

মুম্বাইৰ ৰেড জ’নৰ চেলুন আৰু বিউটি পাৰ্লাৰ সমূহ নিৰ্দিষ্ট নিয়মৰ মাজেৰে ২৮ জুনৰ পৰা খোলাৰ নিৰ্দেশ দিছে মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰে।

মহাৰাষ্ট্ৰ চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি চেলুন আৰু বিউটি পাৰ্লাৰ সমূহক কেবল মাত্ৰ চুলি কটা, ৱাক্সিং, থ্ৰেদিং আদি কৰাৰ বাবেহে অনুমতি প্ৰদান কৰা হৈছে।

চেলুন আৰু বিউটি পাৰ্লাৰ সমূহত কোনোধৰণৰ ছালৰ লগত সম্পৰ্ক থকা সেৱা আগবঢ়াব নোৱাৰিব।

চৰাকৰে চেলুন আৰু বিউটি পাৰ্লাৰ সমূহক গ্ৰাহক সকলৰ আগতীয়া অনুমতি লৈহে সেৱা আগবঢ়োৱাৰ বাবেও পৰামৰ্শ দিছে।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা ল’কডাউনৰ পাছৰে পৰা মুম্বাইৰ যিবোৰ অঞ্চলত ক’ৰ’নাৰ সংক্ৰমণ অত্যাধিক হৈছে সেই সমূহ স্থানত চেলুন আৰু বিউটি পাৰ্লাৰ সমূহ বন্ধ হৈ আছিল।

ভাৰতৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

মহাৰাষ্ট্ৰতে ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যাই ১ লাখ ৩০ হাজাৰ অতিক্ৰম কৰিছে।

ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মহাৰাষ্ট্ৰত ৩০ গৰাকীতকৈ অধিক আৰক্ষী বাহিনীৰ লোকৰ মৃত্যু হৈছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd