DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাওখোৱাত অগপৰ বান সাহায্য : অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
July 20, 2019 6:38 am
IMG-20190719-WA0013

ফটো : নৰ্থইষ্ট নাও

294
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰিৰ লাওখোৱাৰ বান বিধস্ত অঞ্চলত শুকুৰবাৰে অসম গণ পৰিষদৰ উদ্যোগত চামগুৰি সমষ্টি সমিতিয়ে বান সাহায্য বিতৰণ কৰে।

চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাৰ ভূৰবন্ধা, ভগামুখ, শান্তিবজাৰকে আদি কৰি বিভিন্ন অঞ্চলত বান সাহায্য বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মণিমাধৱ মহন্তই।

অগপ নেতাগৰাকী চামগুৰি সমষ্টিৰ লাওখোৱাত উপস্থিত হৈ খোজকাঢ়ি আৰু ব্যক্তিগত বাহনৰে বানাক্ৰান্ত এলেকাসমূহ পৰিদৰ্শন কৰাৰ লগতে কেইবাঠাইটো বান সাহায্য বিতৰণ কৰি সংবাদ মাধ্যমৰ আগত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনায়।

আনহাতে, চামগুৰি সমষ্টিৰ লাওখোৱাত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণেৰে বান সমস্যাৰ স্থায়ী সমাধানৰ পোষকতা কৰে অগপ নেতা মণিমাধৱ মহন্তই।

ইপিনে,বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰিবলৈ আহি একপ্ৰকাৰ হাৰাশাস্তি খালে অগপ নেতাগৰাকীয়ে। লাওখোৱাৰ মথাউৰিত গাড়ীৰ চকা বৃহৎ আকাৰৰ গাঁতত সোমাই যোৱাৰ ফলত বহু সময় ধৰি নেতাগৰাকী শান্তি বজাৰতে আৱদ্ধ হৈ থাকিবলগীয়া হয়।

আনহাতে, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুইছেনেও মিনি ট্ৰাকত উঠি আহি শান্তিবজাৰ আৰু ৪ নং ভুৰবন্ধাত শুকুৰবাৰে বানাক্ৰান্ত ৰাইজক বান সাহায্য বিতৰণ কৰে বুলি জানিব পৰা গৈছে ৷

Recent News

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

7 Soldiers Dead In Ladakh

লাডাখত শোকাৱহ দুৰ্ঘটনা: সেনা কঢ়িয়াই নিয়া বাহন বাগৰি পৰিল নদীত, সাত জোৱানৰ মৃত্যু

বিটিআৰত বাস কৰা অবড়ো লোকক মাটিৰ পট্টা প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট

বিটিআৰত বাস কৰা অবড়ো লোকক মাটিৰ পট্টা প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট

Aryan Khan in cruise drugs case

ড্ৰাগছৰ গোচৰত অভিযোগমুক্ত হ’ল শ্বাহৰুখ তনয়: নিৰ্দোষী ঘোষণা নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd