• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৫ মাহে পলাই থকা ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ চামগুৰি আৰক্ষীৰ

NE NOW NEWS বিদ্যুত জ্যোতি বৰা
চামগুৰি , July 13, 2019 4:23 pm

1 min read

৫ মাহে পলাই থকা ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ চামগুৰি আৰক্ষীৰ
242
VIEWS
Share on FacebookShare on Twitter

ধৰ্ষণত অভিযুক্ত, বিগত প্ৰায় পাঁচ মাহ ধৰি পলাই থকা নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত  বাজিয়াগাঁও নিবাসী হজৰত আলীৰ পুত্ৰ মৰম আলী (২৭) নামৰ যুৱকজনক কালি অৰ্থাৎ শুকুৰবাৰে নিশা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ ভিত্তিত যোৱা নিশা  প্ৰায় ১২ বজাত চামগুৰি আৰক্ষীয়ে নিজ গৃহৰ পৰা মৰম আলীক আটক কৰে।

উল্লেখযোগ্য যে বাজিয়াগাঁৱত প্ৰায় এবছৰৰ  পূৰ্বে গাওঁখনৰ  এগৰাকী ২৪ বছৰীয়া গাভৰু ধৰ্ষণৰ বলি হৈ পৰৱৰ্তী সময়ত অন্তসত্ত্বা হ’বলগীয়া হৈছিল। পিছত যুৱতী গৰাকীয়ে পৰিয়ালক সবিশেষ অৱগত কৰাত পৰিয়ালৰ লোকে চামগুৰি থানাত মৰম আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

তেতিয়াৰ পৰাই মৰম আলী পলাই আছিল যদিও কালি আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়। আজি  ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ নং আৰু ৪০৬ নং ধাৰাৰ অধীনত ২২৫/১৯ নম্বৰৰ এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তেওঁক জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

আনহাতে, অন্তসত্বা হোৱা গাভৰু গৰাকীয়ে এটি সন্তান জন্ম দিয়া বুলি জানিব পৰা গৈছে। ডি এন এ টেষ্টৰ প্ৰতিবেদনেৰ পিছতহে অভিযুক্ত মৰম আলী প্ৰকৃততে কিমান দোষী জানিব পৰা যাব।

Recent News

20210307_195712

নিষ্কন্টক নহয় কেশৱ মহন্ত! অগপৰ দুৰ্গ ভেদিবলৈ এইবাৰ কলিয়াবৰত সাজু কংগ্ৰেছ

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd