• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুৰণিগুদামৰ পুতনিত আৰক্ষীৰ জুৱা খেল বিৰোধী অভিযান

NE NOW NEWS এন ই নাও নিউজ
পুৰণিগুদাম , August 14, 2019 2:35 pm

1 min read

VideoCapture_20190814-125750

ফটো : নৰ্থ-ইষ্ট নাও

7.6k
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ পুৰণিগুদামত মঙলবাৰে নিশা আৰক্ষীয়ে এক জুৱা খেল বিৰোধী অভিযান চলায়।

পৱিত্ৰ ঈদৰ অচিলা লৈ পুৰণিগুদামৰ নিকটৱৰ্তি পুতনি গাঁৱত হোৱা জুৱা খেলৰ খবৰ লাভ কৰি চামগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জীৱন মাৰাকৰ নেতৃত্বত যোৱা এটা দলে বৃহৎ জুৱাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ দলটোৱে চলোৱা অভিযান কালত ভালে সংখ্যক জুৱা খেলৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হ’ল যদিও আন্ধাৰৰ সুযোগ লৈ ধনসহ একাধিক অসাধু জুৱাৰী পলাই যায়।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি পুৰণিগুদাম পুতনি অঞ্চলটোত কেইবাটাও স্থানত জুৱাৰ বৃহৎ ঘাটি স্থাপন কৰি এটা অসাধু চক্ৰই সামাজিক পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল।

বিভিন্ন সময়ত স্থানীয় ৰাইজে এই সন্দৰ্ভত অভিযোগো দি আহিছিল আৰক্ষী তথা প্ৰশাসনক আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়ে চামগুৰি আৰক্ষীয়ে মঙলবাৰে নিশা জুৱা খেলৰ বিৰুদ্ধে এই অভিযানটো চলায়।

এই অভিযানৰ বাবে চামগুৰি আৰক্ষীক ধন্যবাদ জনাইছে স্থানীয় সচেতন মহলে।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd