• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰি আৰক্ষীৰ জালত পানীমূৰা ডকাইতি কাণ্ডৰ সৈতে জড়িত তিনি দুৰ্ধৰ্ষ ডকাইত

ভাৰ্গব হাজৰিকা ভাৰ্গব হাজৰিকা
পুৰণিগুদাম , May 7, 2019 1:53 pm

1 min read

চামগুৰি আৰক্ষীৰ জালত পানীমূৰা ডকাইতি কাণ্ডৰ সৈতে জড়িত তিনি দুৰ্ধৰ্ষ ডকাইত
597
VIEWS
Share on FacebookShare on Twitter

নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী পানীমূৰাত শনিবাৰে নিশা সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ লগত জড়িত তিনি দুৰ্ধৰ্ষ ডকাইতক আজি চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত চামগুৰি আৰক্ষীৰ এটা বিশেষ দলে ৰঙামাটিৰ পৰা গ্ৰেপ্তাৰ কৰে ডকাইত কেইটাক। আটকাধীন ডকাইতকেইটা ক্ৰমে ৰঙামাটিৰ কছাৰীবস্তিৰ ধৃত সাগৰ লোহাৰ, বিশ্বজিত তাঁতী আৰু বিকি গড় বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

আৰক্ষীয়ে ধৃত ডকাইতৰ দলটোৰ পৰা তিনিটা হস্তনিৰ্মিত বন্দুকসহ লুট কৰা সা-সামগ্ৰী আৰু আংশিক ধনো জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে শনিবাৰে নিশা ডকাইতৰ দলটোৱে পানীমুৰাত ডকাইতি কাণ্ড সংঘটিত কৰাৰ পাছতেই চামগুৰি আৰক্ষীৰ সৈতে মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰু ডকাইতৰ দলাটোৱে যুৱৰাজ ৱে’ৰ ঘৰৰ পৰা লুটি অনা এল্ট’ গাড়ীখন এৰি পলায়ন কৰে।

তাৰ পাছৰ পৰা চামগুৰি আৰক্ষীয়ে বৃহত্তৰ নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী অঞ্চলত তীব্ৰ অভিযান চলাই অৱশেষত ধৃত ডকাইত কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Recent News

VideoCapture_20210123-074110

পুৰণিগুদামত নিশা দুৰ্ঘটনাগ্ৰস্ত তীৰ্থযাত্ৰীৰ বাছ; আহত প্ৰায় কুৰি জনৰো অধিক তীৰ্থযাত্ৰী

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd