• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সমলিংগীয় বিবাহক আইনী স্বীকৃতি প্ৰদানত বাধা আৰোপ কেন্দ্ৰীয় চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 19, 2023 8:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত সমলিংগ বিবাহক আইনী স্বীকৃতি দিবলৈ অনুৰোধ জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল একাধিক আবেদন। ১৮ এপ্ৰিল, মঙলবাৰে উচ্চতম ন্যায়ালয়ে সমলিংগ বিবাহৰ এই গোচৰৰ শুনানি গ্ৰহণ কৰে।

এই গোচৰৰ শুনানি গ্ৰহণ কৰে পাঁচজন ন্যায়াধীশ ক্ৰমে – মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ, ন্যায়াধীশ পি এছ নৰসিংহ, ন্যায়াধীশ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু ন্যায়াধীশ হিমা কোহলীয়ে।

Apply Now

কিন্তু কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত সকলো গোচৰ খাৰিজ কৰিবলৈ দেশৰ শীৰ্ষ আদালতত আবেদন জনাইছে। সমলিংগ বিবাহক লৈ আপত্তি প্ৰকাশ কৰিছে কেন্দ্ৰই। কেন্দ্ৰৰ মতে সমলিংগ বিবাহ ভাৰতীয় পাৰিবাৰিক সংস্কৃতিৰ লগত কেতিয়াও সামঞ্জস্যপূৰ্ণ নহয়।

সমলিংগ বিবাহৰ গোচৰত উচ্চতম ন্যায়ালয়ত কেন্দ্ৰই কয় যে সমলিংগ বিবাহ হৈছে এক ‘আৰ্বান এলিট কনচেপ্ট’ আৰু আমাৰ সমাজত কুপ্ৰভাৱ পেলাব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ মতে ভাৰতৰ এক বৃহৎ জনসংখ্যা সৰু চহৰ আৰু গাঁৱত বাস কৰে। এনে বিবাহক বৈধতা প্ৰদান কৰিলে সকলোৰে বাবে সমস্যাৰ সৃষ্টি হ’ব। গতিকে সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি আইন প্ৰণয়ন কৰাটো সংসদৰ কাম। উচ্চতম ন্যায়ালয়ে এই কাম কৰা উচিত নহয়।

সমলিংগ বিবাহক আইনী স্বীকৃতি দিয়াৰ পৰা বিৰত থাকিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰে কয় যে আইনী বিবাহ কেৱল এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মাজতহে হয়। যদি সমলিংগ বিবাহ বৈধ হ’লহেঁতেন তেন্তে সাধাৰণ আইন বিবাহৰ চৰ্ত উলংঘা হ’লহেঁতেন। ইয়াৰ দ্বাৰা বিবাহৰ সমগ্ৰ সামাজিক, সাংস্কৃতিক আৰু আইনী ধাৰণাটো বিঘ্নিত হ’ব।

উল্লেখ্য যে ২০১৮ চনৰ ৬ ছেপ্টেম্বৰত দেশৰ উচ্চতম ন্যায়ালয়ে সমকামিতাৰ ওপৰত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে। ভাৰতত সমলিংগ সম্পৰ্ক অপৰাধ নহয়, আৰু LGBTQAI ++ লোকসকলৰ যিকোনো সাধাৰণ নাগৰিকৰ দৰেই মৌলিক অধিকাৰ আছে বুলি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছে।

এই ৰায়দানৰ পিছত সমাজত সমকামীৰ গ্ৰহণযোগ্যতাও বহু পৰিমাণে বৃদ্ধি পোৱা বুলি বিবেচিত হৈছে। ২০১৮ চনৰ সেই ৰায়দানৰ পিছত ভাৰতত সমলিংগ বিবাহক আইনী স্বীকৃতিৰ দাবী অধিক শক্তিশালী হৈ উঠিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd