• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰিজভিৰ বিজয়ী ইনিংছৰ সন্মুখত ম্লান শ্ৰেয়াছৰ দুৰ্দান্ত ইনিংছ! জয়েৰে আই পি এল সামৰিলে দিল্লীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2025 9:12 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে শ্ৰেয়াছ আয়াৰৰ বাবে দিনটো ভাল নাছিল। আগন্তুক ইংলেণ্ড শৃংখলাৰ বাবে ভাৰতীয় টেষ্ট দলত স্থান বিচাৰি নাপালে এই অভিজ্ঞ ক্ৰিকেটাৰগৰাকীয়ে। ভালৰ ফৰ্মত থকাৰ পিছতো তেওঁক দললৈ আমন্ত্ৰণ নাপালে। লগতে আই পি এলত দিল্লী কেপিটেলছৰ হাততো পৰাস্ত হয়।

এই মেচখনত জয়লাভ কৰিলে তেওঁলোকে লীগ তালিকাত শীৰ্ষ দুটাত স্থান লাভ কৰাটো নিশ্চিত হ’লহেঁতেন। অৱশ্যে প্লে অফত স্থান নোপোৱাৰ পাছতো দিল্লীয়ে জয়ৰে প্ৰতিযোগিতাখন সমাপ্ত কৰাৰ সুযোগ নেহেৰুৱালে।

Apply Now

প্ৰথমে বেটিং কৰি পঞ্জাবে ৮ উইকেট হেৰুৱাই ২০৬ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৩টা বল বাকী থকা অৱস্থাত দিল্লীয়ে লক্ষ্যত উপনীত হয়। সমীৰ ৰিজভিয়ে ২৫টা বলত ৫৮ ৰানৰ অপৰাজিত ইনিংছৰে দলটোক জয়ী কৰে।

টছত জয়ী হৈ ফাফ ডু প্লেছিছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। এই মেচতো তেওঁ দিল্লীক নেতৃত্ব দিছিল। কিয়নো অক্ষৰ পেটেলে খেলা নাছিল। দিল্লীৰ হৈ বাংলাদেশৰ তাৰকা পেচাৰ মুস্তাফিজুৰ ৰহমানে বলিঙত উজলি উঠিল। তেওঁ ৪ অভাৰত ৩৩ ৰান দি ৩ উইকেট দখল কৰে।

তেওঁ প্ৰিয়ংশ আৰ্য্য, শশাংক সিং আৰু মাৰ্কো জান্সেনক আউট কৰে। পঞ্জাৱৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে ৩৪ টা বলত ৫৩ ৰানৰ দুৰ্দান্ত ইনিংছ খেলে। জোছ ইংলিছে ১২টা বলত ৩২ ৰান সংগ্ৰহ কৰে। শেষত মাৰ্কাছ ষ্টয়নিছে ১৬ টা বলত ৪৪ ৰানৰ বিস্ফোৰক ইনিংছেৰে পঞ্জাৱে ২০৬ ৰান সংগ্ৰহ কৰে।

২০৭ ৰানৰ লক্ষ্য খেদি কে এল ৰাহুল আৰু ফাফ ডু প্লেছিছে আৰম্ভণিতে ৫৫ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তোলা। ৩৫ ৰান সংগ্ৰহ কৰি উভতি যায় ৰাহুলে। কৰুণ নায়াৰে তিনি নম্বৰত নামি ২৭ টা বলত ৪৪ ৰানৰ ইনিংছ খেলে। মাজতে পঞ্জাৱৰ বলাৰৰ আধিপত্যৰ বাবে দিল্লীৰ ৰান ৰেট লেহেমীয়া হয়।

কিন্তু শেষত ৰিজভিৰ ইনিংছ আহিল ঘূৰ্ণীবতাহৰ দৰে। তেওঁ ২৫টা বলত ৫৮ ৰান কৰি অপৰাজিত হৈ থাকে। ২০ অভাৰৰ তৃতীয়টো বলত ছয় মাৰি দিল্লীৰ হৈ মেচ জয়ী কৰে।

এই মেচত পৰাস্ত হোৱাৰ পাছত পঞ্জাবে ১৩খন খেলৰ পৰা ১৭ পইণ্টতে থাকিল। দিল্লীক পৰাস্ত কৰিলে ১৯ পইণ্টেৰে শীর্ষ দুটাৰ ভিতৰত স্থান দখল কৰাটো নিশ্চিত হ’লহেঁতেন৷ তেনে ক্ষেত্ৰত অন্তিম মেচত মুম্বাইক পৰাস্ত কৰিব লাগিব। পৰৱৰ্তী মেচত যদি গুজৰাটে জয়লাভ কৰে তেন্তে ২০ পইণ্টেৰে শীৰ্ষ দুটাত স্থান দখল কৰাৰ নিশ্চয়তা লাভ কৰিব।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰেও শীৰ্ষ দুটাৰ ভিতৰত স্থান লাভ কৰাৰ সুযোগ পাব। মুঠৰ ওপৰত দিল্লীয়ে শেষ মুহৰ্তত পঞ্জাবক পৰাস্ত কৰি আই পি এলত নিজৰ সক্ষমতা প্ৰদৰ্শন কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd