• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৬ ফেব্ৰুৱাৰিত দেশজুৰি চকা বন্ধৰ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2021 9:23 pm
406
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত কৃষি আইন তিনিখনৰ বিৰুদ্ধে বিগত দুমাহৰো অধিক কাল দিল্লীৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলে অহা ৬ ফেব্ৰুৱাৰিত দেশজুৰি চকা বন্ধৰ ঘোষণা কৰিছে।

সংযুক্ত কিষাণ মৰ্চাই আহ্বান জনোৱা এই চকা বন্ধ কাৰ্যসূচী দুপৰীয়া ১২ বজাৰ পৰা আবেলি ৩ বজালৈ চলিব।

সংযুক্ত কিষাণ মৰ্চাই আজি এক বিবৃতি জাৰি কৰি কৈছে যে চকা বন্ধৰ সময়ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পথসমূহ বন্ধ হৈ পৰিব।

ইয়াৰ পূৰ্বে সংযুক্ত কিষাণ মৰ্চাই দাবী কৰিছিল যে গণৰাজ্য দিৱসৰ দিনটোত কৃষকে উলিওৱা ট্ৰেক্টৰ ৰেলীৰ পিছৰ পৰা ১০০ ৰো অধিক লোক সন্ধানহীন হৈ আছে।

ইয়াকে লৈ কৃষক সংগঠনটোৱে উদ্বেগ প্ৰকাশ কৰিছে।

সংগঠনটোৱে লগতে জানিবলৈ দি কয় যে সন্ধানহীন লোকসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা হৈছে।

ইয়াৰ বাবে এখন সমিতি গঠন কৰা হৈছে য’ত আছে প্ৰেম সিং ভাংগু, ৰাজিন্দৰ সিং দীপ সিং ৱালা, অৱতাৰ সিং, কিৰণজিৎ সিং চেখো আৰু বলজিৎ সিং।

সংগঠনটোৱে নিৰুদ্দেশ হৈ থকা ব্যক্তিসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ এটা নম্বৰ মুকলি কৰিছে, যি নিৰুদ্দেশ হৈ থকা ব্যক্তিজনৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ আৰু আন যিকোনো যোগাযোগ নম্বৰ প্ৰদান কৰিছে।

আনহাতে কৃষকৰ ট্ৰেক্টৰ ৰেলীত সংঘটিত হিংসাত্মক ঘটনাৰ পিছৰে পৰা ইণ্টাৰনেট বন্ধ কৰি থোৱা কাৰ্যকো তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে।

এই সন্দৰ্ভত কয় যে কৃষক আৰু সাধাৰণ জনতাৰ মাজলৈ সঠিক তথ্য যোৱাটো চৰকাৰে নিবিচাৰে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd