• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৪ দিনে সন্ধানহীন মাৰ্ঘেৰিটাৰ সন্ধ্যা তামাঙৰ; বুঢ়ীদিহিঙত জাপ দিয়াৰ সন্দেহ

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
June 26, 2020 8:04 pm
সন্ধ্যা তামাং

সন্ধ্যা তামাং

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সময় সলনি হৈছে। একাংশ সন্তানে পিতৃ-মাতৃৰ শাসনকো নুবুজা হৈছে। অনুভৱ নকৰা হৈছে পিতৃ মাতৃৰ শাসনৰ অন্তৰালত থকা নিৰ্ভেজাল মৰম।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বৰগোলাইত সংঘটিত এক ঘটনাই এইয়াই যেন প্ৰমাণিত কৰিছে। বৰগোলাইৰ বিজয় তামাঙৰ পত্নী সন্ধ্যা তামাং (১৮) নামৰ এগৰাকী মহিলাক ২৩জুনত মাতৃয়ে ঘৰতে সামান্য শাসন কৰিছিল। তাৰ পাছৰ পৰাই নিৰুদিষ্ট হৈ আছে মহিলা গৰাকী।

Apply Now

৬ মাহ পূৰ্বে স্বামীৰ মৃত্যুৰ পাছত একমাত্ৰ বিবাহিত জীয়ৰী সন্ধানহীন হোৱাত কান্দোনত ভাগি পৰিছে মাতৃগৰাকী। একাংশই সন্দেহ কৰা অনুসৰি মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নদীত মহিলা গৰাকীয়ে জাপ দি আত্মহত্যা কৰিছে যদিও বাতৰি লেখা সময়লৈকে মাৰ্ঘেৰিটা আৰক্ষীয়ে সন্ধ্যাৰ শুংসূত্ৰ বাহিৰ কৰিব নোৱাৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত।

আজি বৰগোলাইস্থিত দুৰ্ভগীয়া মাতৃ গৰাকীৰ বাসগৃহত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ এটা দল বাতৰি সংগ্ৰহ বাবে উপস্থিত হোৱাত মাতৃ গৰাকীয়ে কান্দোনত ভাঙি পৰি কয় যে তেখেতৰ মৰমৰ জীয়ৰী সন্ধ্যাৰ জীৱিত বা মৃত্যু হওক প্ৰকৃত খবৰ দিয়াত মাৰ্ঘেৰিটা আৰক্ষীয়ে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰি দিবলৈ সংবাদ মাধ্যমৰ যোগে অনুৰোধ কৰিছে।

আনহাতে বিগত কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাত বুঢ়ীদিহিং নদীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পোৱাত বুঢ়ীদিহিং নৈত উদ্ধাৰ অভিযান চলাব পৰা নাই আৰক্ষীয়ে। অন্যহাতে সমগ্ৰ অঞ্চলটোত বাতৰি প্ৰেৰণ কৰা মুহূৰ্ত্বলৈকে কোনো ধৰণৰ মহিলাৰ মৃতদেহ উদ্ধাৰ নোৱাত সমগ্ৰ ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি হৈছে।

আৰক্ষীৰ অনুসন্ধানতে প্ৰকৃত তথ্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি স্থানীয় ৰাইজে আশা কৰিছে যদিও সমগ্ৰ ঘটনাক্ৰমক মাৰ্ঘেৰিটা আৰক্ষীয়ে কিমান গুৰুত্ব সহকাৰে লৈছে সেইয়া লক্ষণীয় হ’ব।

উল্লেখ যে ২০১৮বৰ্ষৰ ৩১ জানুৱাৰীত এক শোকাবহ ঘটনাত বৰগোলাইত জামাদাৰ বস্তী অঞ্চলেৰে বৈ যোৱা বুঢ়ীদিহিং নৈত গা ধুবলৈ গৈ তিনিগৰাকী যুৱতীৰ মৃত্যু হৈছিল আৰু উক্ত দলটোত সন্ধ্যাও আছিল যদিও সংজ্ঞাহীন ভাৱে উদ্ধাৰ হৈছিল। ততাতৈয়াকৈ উক্তদিনা সন্ধ্যাক চিকিৎসাধীন কৰা হৈছিল আৰু পৰবৰ্তী সময়ত সুস্থ হৈ উঠিল।

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd