• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়ন গুৰুতৰভাৱে অসুস্থ

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , November 4, 2018 9:04 am

1 min read

Barpeta

সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়ন। ফটো : নৰ্থইষ্ট নাও

500
VIEWS
Share on FacebookShare on Twitter

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বৰবায়ন, সত্ৰভূষণ উপাধিৰে বিভূষিত তথা সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়ন গুৰুতৰভাবে অসুস্থ হৈ পৰিছে।

বৰপেটা চহৰৰ কুজিৰদ’হাটী নিবাসী বৰ্ষীয়ান সত্ৰীয়া শিল্পী গৰাকীয়ে হাওঁফাও জনিত ৰোগত আক্ৰান্ত হৈ শুকুৰবাৰৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত  চিকিৎসাধীন হৈ আছে ৷

অসমৰ সত্ৰীয়া সংস্কৃতিৰ পুৰোধা এই ব্যক্তিগৰাকী যাতে শীঘ্ৰে সুস্থ হৈ উঠে তাৰেই  কামনা কৰিছে বৰপেটাবাসীয়ে। সত্ৰীয়া সংস্কৃতিক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আপ্ৰাণ প্ৰচেষ্টা চলাই অহা বৰ্ষীয়ান সত্ৰীয়া শিল্পীগৰাকীৰ অসুস্থতাৰ খৱৰে সকলোকে উদ্বিগ্ন কৰি ৰাখিছে।

আনহাতে, সত্ৰীয়া শিল্পীগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহায় সহযোগ আগবঢ়াবলৈ সত্ৰনগৰী বৰপেটাবাসীয়ে চৰকাৰক অনুৰোধ জনাইছে ৷

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd