• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৃত্যুৰ সৈতে যুঁজি আছে “কা” বিৰোধী আন্দোলনত গুলীবিদ্ধ ছাত্ৰ ছানিদুল ইছলামে

পুলেন্দ্ৰ দাস পুলেন্দ্ৰ দাস
বৰপেটা , January 13, 2020 9:43 pm

1 min read

Sanidul Islam

ছানিদুল ইছলাম

12.9k
VIEWS
Share on FacebookShare on Twitter

“কা” বিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰি যোৱা ১২ ডিচেম্বৰত গুৱাহাটীৰ হাতীগাঁৱত আৰক্ষীৰ গুলীত আহত হোৱা ছাত্ৰ ছানিদুল ইছলাম এতিয়াও সুস্থ হৈ উঠা নাই।

উল্লেখ্য যে আৰক্ষীৰ বুলেটে বিদীৰ্ণ কৰিছিল বৰপেটা জিলাৰ ভৈৰাগুৰিৰ ছানিদুল ইছলামৰ মগজু। সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছিল ছানিদুলক।

দীৰ্ঘদিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পাছত দশম শ্ৰেণীত পঢ়ি থকা ছানিদুলক যোৱা ২০ ডিচেম্বৰতে সুস্থ হোৱা বুলি ঘৰলৈ যাবলৈ দিছিল। চিকিৎসকে সুস্থ বুলি ঘোষণা কৰিলেও ছানিদুলে কিন্তু এতিয়াও যুঁজি আছে জীৱন মৃত্যুৰে।

বৰ্তমান হাতীগাঁৱত এটা ভাড়াঘৰত থাকি চিকিৎসা অব্যাহত ৰখা পৰিয়ালটোৰ ওচৰত আজি পৰ্যন্ত কোনো দল-সংগঠন উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

ইয়াৰ উপৰি ছানিদুলৰ উন্নত চিকিৎসাৰ বাবে পৰিয়ালটোৱে অসমবাসীৰ পৰা সহায় বিচাৰিছে।

উল্লেখ্য যে “কা” বিৰোধী আন্দোলনত আৰক্ষীৰ গুলীত ৫ জন প্ৰতিবাদকাৰী চহিদ হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈ গুৱাহাটীত কমেও ৩৫ জনতকৈ অধিক ব্যক্তি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল।

Recent News

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd