• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’না ভাইৰাছৰ আতংক; জু-ৰোডৰ স্পেনিছ গাৰ্ডেন ছেনিটাইজ কৰিলে প্ৰশাসনে

দীপজ্যেতি শৰ্মা দ্বীপজ্যোতি শর্মা
গুৱাহাটী , April 4, 2020 7:47 pm

1 min read

index.jpg0

স্পেনিছ গাৰ্ডেনত ছেনিটাইজ কৰি থকাৰ মুহূৰ্ত

844
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ এজন ব্যৱসায়ী ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতে ক’ৰ’না ভাইৰাছ বিয়পিব নোৱাৰাকৈ স্পেনিছ গাৰ্ডেনত ছেনিটাইজ কৰিছে প্ৰশাসনে।

গুৱাহাটী পৌৰ নিগমে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত কৰিলে ছেনিটাইজ।

ক’ৰ’না ভাইৰাছত আক্ৰান্ত ব্যৱসায়ীজন গুৱাহাটীত নিজৰ পৰিয়ালৰ সৈতে স্পেনিছ গাৰ্ডেনৰ ফ্লেট নম্বৰ ৭০৪ ত বাস কৰে।

লোকজনে ২৮ ফেব্ৰুৱাৰীত ব্যৱসায়িক সংক্ৰান্তত দিল্লীলৈ গৈছিল আৰু ১ মাৰ্চত গুৱাহাটীলৈ ঘূৰি আহিছিল।

৩ এপ্ৰিলত লোকজনৰ দেহত ক’ৰ’না ভাইৰাছৰ অৱস্থিতি জানিব পৰা যায়৷

উল্লেখ্য যে, ১৪ দিনে দেহত  নাছিল  কোনো কৰ’না ভাইৰাছৰ কোনো লক্ষণ।

সৰুসজাইৰ আছুতীয়া কক্ষত আছিল লোকজন। স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত পোহৰলৈ আহিল কৰ’না ভাইৰাছৰ অৱস্থিতি।

বৰ্তমান MMCHত ৰখা হৈছে স্পেনিছ গাৰ্ডেনৰ আৱাসীজনক।

উল্লেখযোগ্য ব্যৱসায়ীজনে নিজৰ শৰীৰ ক’ৰ’না ভাইৰাছৰ অৱস্থিতিৰ কথা গম পোৱাৰ লগে লগে নিজৰ ৱোটচএপ ষ্টেটাছৰ যোগেৰে  তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোক কোৱাৰাণ্টাইন হ’ব লাগে বুলি আহ্বান জনাইছে ৷

Tags: COVID19

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd